• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

December 25, 2021 by Souvik Leave a Comment

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

 

প্ৰশ্ন ১। অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?

উত্তৰ:- খ) উলুবাৰী

প্ৰশ্ন ২। অসম‌ আৰক্ষীৰ কিমানটা‌ I.R ( Indian Reserve) বেটেলিয়ন আছে?

উত্তৰ:- ঘ) ৯ টা

প্ৰশ্ন ৩। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?

উত্তৰ:- ক) ৭ টা

প্ৰশ্ন ৪। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ:- গ) মান্দাকাটা

প্ৰশ্ন ৫। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?

উত্তৰ:- গ) ৪ টা

প্ৰশ্ন ৬। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?

উত্তৰ:- ক) আছাম ৰাইফলছ

প্ৰশ্ন ৭। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- গ) ২০১৫ চনত

প্ৰশ্ন ৮। চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ:- খ) গুৱাহাটী

প্ৰশ্ন ৯। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?

উত্তৰ:- ক) ৮,০০০ জন

প্ৰশ্ন ১০। অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ:- ঘ) ১৯৯৬ চনত

» Assam police Exam Syllabus – click here

অসম আৰক্ষী ৷৷ Assam Police Important Question Answers
অসম আৰক্ষী ৷৷ Assam Police Important Question Answers

প্ৰশ্ন ১১। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি?

উত্তৰ:- গ) ইনছাছ ৰাইফল

প্ৰশ্ন ১২। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল?

উত্তৰ:- গ) চন্দ্ৰকান্ত সিংহ

প্ৰশ্ন ১৩। বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

উত্তৰ:- খ) পৃথু

প্ৰশ্ন ১৪। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?

উত্তৰ:- ক) সত্ৰ সমুহ

প্ৰশ্ন ১৫। কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?

উত্তৰ:- গ) চুহুংমুং

» Assam Gk – click here

প্ৰশ্ন ১৬। আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?

উত্তৰ:- খ) মাওলুং ৰাজ্যত

প্ৰশ্ন ১৭। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- গ) ৰঘুদেৱ

প্ৰশ্ন ১৮। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

উত্তৰ:- খ) ১৫৮১ খ্ৰীঃ

প্ৰশ্ন ১৯। অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?

উত্তৰ:- ক) বজ্ৰ

প্ৰশ্ন ২০। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

উত্তৰ:- গ) তাম্ৰধ্বজ নাৰায়ণ

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: asaam study hub, assam careers, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d