• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese

December 21, 2022 by Souvik Leave a Comment

55 Best Quotes By Great People in Assamese

**** মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese ****

 



১. চুৰ কৰা মহাপাপ । – বুদ্ধদেৱ।

২. সত্যৰ সদায় জয় । – মহাত্মা গান্ধী।

৩. অহিংসা পৰম ধৰ্ম । – মহাত্মা গান্ধী।

৪. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ।

৫. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। – মাইলচ।

৬. সময় অমূল্য ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন।

৭. শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ। – চক্রেটিজ।

৮. উপদেশতকৈ আৰ্হি ভাল । – হজৰত মহম্মদ।

৯. ভূল জনাতকৈ নজনাই ভাল । – শ্বেক্সপীয়েৰ।

১০. নেতাৰ ভুলত দেশ ধ্বংস হয় । – ইন্দিৰা গান্ধী।

 

• APSC Previous Year Questions – click here



১১. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। – ৰবীন্দ্ৰনাথ ঠাকুৰ।

১২. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী।

১৩. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ।

১৪. শিক্ষা হৈছে সঞ্জীৱনী অমৃত । – জাকিৰ হুচেইন।

১৫. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । – বুদ্ধদেৱ।

১৬. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । – যীশুখৃীষ্ট

১৭. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । – যীশুখৃীষ্ট।



১৮. সুখ কাৰো চিৰকলীয়া নহয় । – কমলাকান্ত ভট্টাচাৰ্য্য।

১৯. দেশতকৈ মোমাই ডাঙৰ নহয়। – লাচিত বৰফুকন।

২০. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন।

 

• লাচিত বৰফুকন || Lachit Borphukan Essay in Assamese – click here



২১. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । – ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।

২২. সুন্দৰৰ আৰাধনা জীৱনৰ খেল । – চন্দ্ৰ কুমাৰ আগৰৱালা।

২৩. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । – ভল্টেয়াৰ।

২৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । – মহাত্মা গান্ধী।

২৫. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । – মহাত্মা গান্ধী।

২৬. আনক কোৱাতকৈ নিজে কৰাটো ভাল । – ব্ৰাউন্ড ৰাছেল।

২৭. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । – হজৰত মহম্মদ।

২৮. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । – ৰুছো।

29. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । – মহাত্মা গান্ধী।

৩০. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । – হজৰত মহম্মদ।

 

• অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions – click here



৩১. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । – আব্ৰাহাম লিংকন।

৩২. যি মূলা বাঢ়ে তাৰ দুপাততে চিন । – ডঃ বানীকান্ত কাকতি।

৩৩. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । – প্লেটো।

৩৪. আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম। – স্বামী বিবেকানন্দ।

৩৫. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । – ফ্ৰেংকলিন।

৩৬. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । – মহাত্মা গান্ধী।

৩৭. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। – লক্ষ্মীনাথ বেজবৰুৱা।

৩৮. ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। – কমলা কান্ত ভট্টাচার্য্য।

৩৯. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ।

৪০. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । – হেম বৰুৱা।

মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese

• Assamese Essay Section || অসমীয়া ৰচনা – click here



৪১. আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। – আনন্দ চন্দ্র আগৰৱালা।

৪২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । – মহাবীৰ।

৪৩. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু।

৪৪. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । – নেপলিয়ন।

৪৫. শিক্ষাৰ ঘাই শিপা ডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা। – এৰিষ্টটল।

৪৬. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । – বুদ্ধদেৱ।

মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese
মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese



৪৭. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ – কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৪৮. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । – শংকৰদেৱ।

৪৯. এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। – চেইন্ট টেৰেজা।

৫০. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ – মাদাৰ টেৰেছা।

 

• মিউচুয়াল ফান্ড || What is Mutual fund in Assamese – click here



৫১. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । – মহাত্মা গান্ধী।

৫২. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । – হোমাৰ।

৫৩. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ – ৰবীন্দ্ৰনাথ ঠাকুৰ।

৫৪. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । – হজৰত মহম্মদ।

৫৫. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । – সৰ্বপল্লী ৰাধাকৃষ্ণণ।

মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese

 

Join Us in WhatsApp click here
Get Web Hosting only on Big Rock click here
Shop at Discount in Myntra  click here
Get FREE BITCOIN worth Rs. 50 on downloading the CoinSwitch Kuber app click here
AJIO Big Bold Sale  50-60% Off click here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা, সাধাৰণ জ্ঞান Tagged With: asaam study hub, অসমীয়া ৰচনা, সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam September 1, 2025
  • CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION August 29, 2025
  • প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] August 29, 2025
  • Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] August 29, 2025
  • CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution August 28, 2025

Class-10 HSLC

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d