• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese

October 28, 2023 by Souvik Leave a Comment

1. কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰ: চাৰ্লছ বেৱেজ ক কম্পিউটাৰৰ জনক বুলি কোৱা হয় । 35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese


2. চাৰ্লছ বেৱেজ কিমান চনত কম্পিউটাৰ উদ্ভাৱন কৰিছিল ?
উত্তৰ: ১৮২২ চনত


3. কম্পিউটাৰৰ মগজুক কি বুলি জনা যায় ?
উত্তৰ: কম্পিউটাৰৰ মগজুক CPU বুলি কোৱা হয় ।

4. ভাৰতৰ প্ৰথম কম্পিউটাৰ কত স্থাপন কৰা হৈছিল ?
উত্তৰ: ভাৰতৰ প্ৰথম কম্পিউটাৰ ভাৰতীয় পৰিসংখিক প্ৰতিষ্ঠান কলিকতাত স্থাপন কৰা হৈছিল।

5. কোন দেশত কম্পিউটাৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় ?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ ।


6.
কম্পিউটাৰৰ ভিতৰলৈ যোৱা data ক কি বুলি কোৱা হয় ?
উত্তৰ: Input ( ইনপুট) বুলি কোৱা হয়।


7.
দুটা আউট পুট ( output ) device অৰ উদাহৰণ দিয়া ?
উত্তৰ: দুটা আউট পুট ( output ) device অৰ উদাহৰণ হৈছে মনিটৰ আৰু স্পিকাৰ।


8.
সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা আউট পুত চাবলৈ কোনটো ডিভাইছ ব্যবহাৰ কৰা হয় ?
উত্তৰ: সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা তথ্য চাবলৈ মনিটৰ ব্যবহাৰ কৰা হয়।


9.
CD-ROM ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: CD-ROM ৰ সম্পূৰ্ণ নাম হৈছে Compact Disc Read Only Memory


10. কম্পিউটাৰ এটাত ৰেম ( Ram) ৰ অৰ্থ কি ?
উত্তৰ: কম্পিউটাৰ ট RAM মানে Ramdom Access Memory। ই হৈছে কম্পিউটাৰৰ এক প্ৰকাৰৰ মেমোৰী যাক Randomly Access কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে কম্পিউটাৰত কৰা কামবোৰ অস্থায়ী ভাবে সংৰক্ষণ কৰা হয়।


11.
পেন ড্ৰাইভ কি ?
উত্তৰ: পেন দ্রাইভ হৈছে এক প্ৰকাৰৰ ইলেকট্ৰনিক মেমৰী।পেন ড্ৰাইভ ৰ দ্বাৰা অডিঅ, ভিডিঅ আৰু যিকোনো ফাইল আৰু তথ্য স্থানান্তৰ কৰা যায়।


12.
যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো কোন স্থানত থাকে ?
উত্তৰ: যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো Secondary Storage অত সংৰক্ষণ হৈ থাকে ।


13.
Www ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Www ৰ সম্পূৰ্ণ নাম World Wide web.


14.
Www ৰ আৱিষ্কাৰক কোন ?
উত্তৰ: Www ৰ আৱিষ্কাৰক হৈছে Sir Timothy John Berners-Lee আৰু Robert Cailliau.


15.
কম্পিউটাৰ ভাইৰাছ কি ?
উত্তৰ: কম্পিউটাৰ ভাইৰাছ হল কম্পিউটাৰক ধ্বংস কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এটা ছফ্টৱেৰ প্ৰ’গ্ৰাম ।


16.
VIRUS অৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: VIRUS অৰ সম্পূৰ্ণ নাম হৈছে – Vital Information Resources Under Siege।


17.
Email ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Email ৰ সম্পূৰ্ণ নাম হৈছে ইলেক্টৰনিক মেইল ( Electric Mail ) ।


18.
Email ৰ জনক বুলি কাক জনা যায়?
উত্তৰ: Email ৰ জনক বুলি Raymond Samuel Tomlinson জনা যায় ।


19.
HTML ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: HTML ৰ সম্পূৰ্ণ নাম হৈছে HYPER TEXT MARKUP LANGUAGE


20.
Https ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Https ৰ সম্পূৰ্ণ নাম Hyper Text Transfer Protocol


21.
পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ 1976 ত নিৰ্মাণ কৰা হৈছিল ।

১০১ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || 101 Assam Gk in Assamese – click here


22.
কোনে প্ৰথম কম্পিউটাৰ মাউচ সৃষ্টি কৰিছিল ?
উত্তৰ: Douglas Engelbart in 1963


23.
ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম পৰম ( PARAM) ইয়াক C-DAC দ্বাৰা সৃষ্টি কৰা হয় ।


24.
পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম এবাকাছ ।


25.
বিট ( Bit) কি?
উত্তৰ: বিট হৈছে কম্পিউটাৰৰ মেমৰিৰ ক্ষুদ্ৰ একক ।


26.
কিমান চনৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ?
উত্তৰ: 1987 ৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ।


27.
ভাৰতত কম্পিউটাৰ সেৱা কিমান চনত পৰা আৰম্ভ হৈছিল ?
উত্তৰ : ভাৰতত কম্পিউটাৰ সেৱা 1966 চনৰ 3 এপ্ৰিল ৰ পৰা আৰম্ভ হৈছিল ।


28.
গুগল কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ?
উত্তৰ: 1998 ৰ পৰা


29.
PDF ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Portable Document Format


30.
LAN ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Local Area Network

Use of Article in Assamese – click here


31.
পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম কি আছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম ENIAC


32.
What is a LAN?
উত্তৰ: A network that connects devices within a building or group of buildings.


33.
MS-Word is an example of _____ ?
উত্তৰ: Application software


35.
A megabyte, also known as a MB, contains how many byte ?
উত্তৰ: 1024 kilobytes

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: Computer Information Tagged With: asaam study hub, computer

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Independence Day Speech in English for Students | Short & Long Speeches 2025 August 9, 2025
  • প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023) August 8, 2025
  • Independence Day Speech in Assamese || স্বাধীনতা দিৱসৰ ভাষণ অসমীয়াত 2025/2026 August 8, 2025
  • पत्र लेखन || मान लो कि स्कूल-सप्ताह में तुम्हें खेल-कूद प्रतियोगिता में तीन पुरस्कार प्राप्त हुए हैं। इसकी जानकारी देते हुए अपने मित्र के नाम पर एक पत्र लिखो। [HSLC 2011] August 8, 2025
  • আবেদন পত্র: প্ৰধান শিক্ষক/অধ্যক্ষলৈ ছুটি বিচাৰি আবেদন (HSLC 2010) August 8, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d