স্বাস্থ্য টিপস ।। Health Forecast – স্বাস্থ্যই পৰম ধন’ বুলি এষাৰ প্রবচন আছে। প্রকৃততে মানুহৰ সকলাে ধন-সম্পত্তিৰ তুলনাত স্বাস্থ্যই সবাতােকৈ প্রয়ােজনীয়। শৰীৰ সুস্থ হৈ থকা অৱস্থাটোকে স্বাস্থ্য বােলা হয়। স্বাস্থ্যই হৈছে সকলাে আনন্দৰ উৎস। স্বাস্থ্য আনে দিব পৰা বস্তু নহয়। স্বাস্থ্য ভাল নহ’লে বহু-ধন-সম্পত্তি বা পঢ়া-শুনা থাকিলেও মিছা হৈ পৰে। স্বাস্থ্যই আমাক দীর্ঘায়ু কৰে। স্বাস্থ্যই আমাক সুখ আৰু আনন্দ দিয়ে ভাল স্বাস্থ্যৰ অধিকাৰী হ’লে আমাৰ মন ভালে থাকে। স্বাস্থ্যবান মানুহ সকলাে কামতে উদ্যমী হয়। স্বাস্থ্যবান লােকসকল জাতীয় সম্পদ। সেয়ে চৰকাৰ আৰু জনসাধাৰণ সকলােৱে জন-স্বাস্থ্য উন্নতিৰ বাবে যত্নবান হােৱা উচিত।
- আপেলৰ উপকাৰ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া || Health Benefits and Side Effects of Apples in Assamese – click here
- সুস্থ আৰু উজ্জ্বল ছালৰ বাবে উপকাৰী খাদ্য || Best Food For Glowing Skin in Assamese – click here
- গৰম পানীৰ উপকাৰীতা || What Are the Benefits of Drinking Hot Water? In Assamese – click here
Leave a Reply