English Grammar

বাক‍্য কি – Sentences in Assamese

What is a sentence? ( বাক্য কি )

Ans:- বাক্য হৈছে বক্তাৰ ইচ্ছা বা উদ্দেশ্য প্ৰকাশৰ বাহন । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় ; এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বুলি কোৱা হয় ।

 

 

🔹How many types of sentences are there? ( বাক্য কেই প্ৰকাৰৰ আৰু কি কি? )

Ans:- বক্তাৰ ইচ্ছা, উদ্দেশ্য অনুসৰি বাক্যবোৰক সাধাৰণতে পাঁচ ধৰণে ভাগ কৰিব পাৰি । সেইবোৰ হল – 1. Assertive Sentence 2. Interrogative Sentence. 3. Imperative Sentence. 4. Optative Sentence 5. Exclamatory Sentence; বাক‍্য কি – Sentences in Assamese 

 

 

🔹What is Assertive Sentence? ( বৰ্ণনাত্মক বাক্য কাক বোলা হয় ?)

Ans’- যিবোৰ বাক্যই কোনো এক ঘটনা বিশেষৰ বৰ্ণনা দাঙি ধৰে সেইবোৰক Assertive Sentence বোলা হয় । Assertive Sentence ক Declarative Sentence বুলিও কব পাৰি । এইবোৰ বাক্যৰ শেষত সম্পূৰ্ণ বিৰাম চিন (.) Full stop বহে ।. এই Sentence বিধে ব্যাক্তি , বস্তু , ঠাই, অবস্থা, কাৰ্য, ইত্যাদি বৰ্ণনা কৰে । যেনে- She is beautiful. This is a book. Blood is red. বাক‍্য কি – Sentences in Assamese 

 

 

🔹 What is Interrogative Sentence? ( প্ৰশ্নবোধক বাক্য )

Ans:- এই বিধ sentence এ প্ৰশ্ন সোধে । ইহঁতক সেইবাবে Question ও বোলে । Interrogative sentences ত subject বোৰ Verb ৰ পিছত বহে । Sentence ৰ শেষত Question Mark ব্যাবহাৰ কৰা হয় ।। যেনে- What is your name? Is he a good boy?

বাক‍্য কি – Sentences in Assamese

 

🔹What is Imperative Sentence? ( আদেশ, অনুৰোধ, উপদেশমূলক বাক্য )

Ans:- যিবোৰ বাক্যৰ দ্বাৰা আদেশ (order) অনুৰোধ (request) উপদেশ (advice) দিয়া বুজায় সেইবোৰক Imperative Sentence বোলে ।.

বাক‍্য কি – Sentences in Assamese

যেনে- Go there ( order);. Do not tell a lie( advice). please come here. (Request)

বাক‍্য কি – Sentences in Assamese

বাক‍্য কি – Sentences in Assamese

 

🔹 What is Optative Sentence ? ( ইচ্ছা বা আশীৰ্বাদ )

Ans:- যিবোৰ বাক্যৰ দ্বাৰা মনৰ ইচ্ছা, অভিলাশা , প্রার্থনা, আশীৰ্বাদ, আদি প্ৰকাশ কৰে সেই ধৰণৰ বাক্যক Optative Sentence বোলা হয় । এই ধৰণৰ বাক্য সাধাৰণতে May ৰে আৰম্ভ হয় । যেনে- May he live ling. May God help you.

বাক‍্য কি – Sentences in Assamese

 

🔹What is Exclamatory Sentence ? ( আবেগ বা বিস্ময়সূচক বাক্য )

Ans:- এইবিধ sentence এ আমাৰ মনৰ আনন্দ, দূঃখ, আবেগ, উত্তেজনা আদি প্রকাশ কৰে । যেনে- Hurrah! we have won the game. Alas! He is no more. How lovely the girl is?

 

 

 

 

Voice Change in Assamese click here

Translation In Assamese click here

 

Our Whatsapp Group Link click here

বাক‍্য কি – Sentences in Assamese

Souvik

Recent Posts

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 week ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

2 weeks ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

2 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

2 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

2 months ago

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…

4 months ago