শতাংশ || Percentage || বৈদিক গণিত Short Tricks
Percentage Tricks in Assamese
শতাংশ Percentage || (বৈদিক গণিত) নিৰ্ণয়ৰ তিনি ধৰণৰ সমস্যা এটা সাধাৰণ সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰিব পাৰি।প্ৰশ্ন সমূহ হল –
১) x ৰ Y% কি ?
২) x ৰ কিমান শতাংশ Z ?
৩) কাৰ Y% ৰ মান Z ?
কি × 100 = কাৰ × % Or
কি÷কাৰ = %÷100
উদাহৰণ-
1) 70 ৰ 30% কি ?
সমাধান–
ইয়াত,
% = 30
কাৰ = 70
কি = ?
ধৰো, কি = x
এতিয়া,
কি × 100 = কাৰ × %
=> x × 100 = 70 × 30
=>x = 2100÷100
=>x=21
গতিকে, 70 ৰ 30%=21
বর্গ নিৰূপণৰ সহজ পদ্ধতি – click here
2) 70 ৰ কিমান শতাংশ 21 ?
সমাধান
ইয়াত,
কাৰ = 70
কি = 21
% = ?
ধৰোঁ, % =x
এতিয়া,
কি × 100 = কাৰ × %
=>21×100=70×x
=>2100÷70=x
=>30=x
গতিকে,70 ৰ 30%=21
Percentage Tricks in Assamese
3) কাৰ 30% ৰ মান 21 ?
সমাধান-
ইয়াত,
% = 30
কি = 21
কাৰ = ?
ধৰা হল, কাৰ = x
এতিয়া,
কি × 100 = কাৰ × %
=>21×100 = x × 30
=>2100÷30 = x
=>70= x
গতিকে, 70 ৰ 30% ৰ মান 21
Assam TET Section – click here
New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ …
Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese আৰম্ভণিঃ আজৰি পৰত মই ঘৰুৱা…
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…
পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…