Main Bridges of Assam || অসমৰ প্ৰধান সেতু
Saraighat Bridge ।। শৰাইঘাট দলং –
- উদঘাটন হয় ।। Inauguration Year – 1962/1963
- দৈৰ্ঘ ।। Length – 1492 K.M ১.৫ কিঃমিঃ
- নদী ।। River – ব্ৰহ্মপুত্ৰ ।। Brahmaputra
- প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে
- পূৰ্বৰ নাম ।। Old Name – ব্ৰহ্মপুত্ৰ দলং
» What is MUTUAL FUND in Assamese – click here
Kaliyabhomora Bridge ।। কলীয়াভোমোৰা সেতু –
- উদঘাটন ।। Inauguration Year – 1987
- দৈৰ্ঘ ।। Length – 3.25 K.M
- ব্ৰহ্মপুত্ৰ নদৰ ওপৰত থকা দ্বিতীয় খন দলং হৈছে কলীয়াভোমোৰা সেতু
- কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাক সংযোক কৰে ৷
- প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে ।
» Use of ARTICLES in Assamese – click here
Naranarayan Setu ।। নৰনাৰায়্ণ সেতু –
- উদঘাটন ।। Inauguration Year – 15 এপ্ৰিল; 1998
- এইখন ব্ৰহ্মপুত্ৰ নদৰ ওপৰত থকা তৃতীয় খন দলং
- দৈৰ্ঘ ।। Length – 2.284 K.M
- নৰনাৰায়ণ সেতু বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰে ।
- তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে
»ASSAM TET SECTION – click here
New Saraighat Bridge ।। নিউ শৰাইঘাট দলং
- উদঘাটন ।। Inauguration – 28 January 2017
- দৈৰ্ঘ ।। Total length – 1.49 km
- অৱস্থিতি ।। Location – Pandu–Amingaon,
- নতুন শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰ নদৰ ওপৰত থকা চতুৰ্থখন দলং ।
- কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰী য়ে চৰকাৰী ভাবে উদ্বোধন কৰে ।
- Assamese Essay Section – click here
Bhupen Hazorika Setu or Dhola Sadiya Bridge ।। ভূপেন হাজৰিকা সেতু বা ঢোল শদিয়া ব্ৰিজ
- এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে।
- মুঠ দৈৰ্ঘ্য ।। Total Length – ৯.১৫ কিঃমিঃ
- উদঘাটন ।। Inauguration – ২৬ মে, ২০১৭
- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধন কৰা হয় ।
- নদী ।। River – ভূপেন হাজৰিকা সেতুখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ।
- এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং
বগীবিল দলং ।। Bogibeel Bridge –
🔺 অসমৰ ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলাক, সংযুক্ত কৰে এইখন দলং
🔺 উদঘাটন হয় ।। Inauguration Year – ২৫ ডিচেম্বৰ ২০১৮
🔺 দৈৰ্ঘ ।। Length – 4.94 K.M
🔺 নদী ।। River – Brahmaputra
🔺 ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে।
Join us in WhatsApp Group | click here |
Leave a Reply