সাধাৰণ জ্ঞান

First in Assam

কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ’ল। কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

  • First university of Assam – Guwahati University ( 1948, Guwahati)

গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

ৱেবছাইট – http://www.gauhati.ac.in/

গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়

বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে’ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ।

101 Assam Gkclick here

  • First private university in Assam – Don Bosko University ( 2008, Guwahati)

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ), এটা ৰাষ্ট্ৰীয় বেচৰকাৰী বিশ্ববিদ্যালয়, অসমৰ গুৱাহাটীত অবস্থিত। ডন বস্কো 29 মার্চ, 2008- ত ডন বস্কোৰ প্ৰতিষ্ঠা হৈছিল । এটি ভাৰতৰ UGC ৰ লগত দূৰশিক্ষা কাউন্সিল, ইন্ডিয়া (DEC) দ্বাৰা স্বীকৃত হৈছে । ইয়াত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট স্তৰৰ অসংখ্য একাডেমিক প্রোগ্রাম অফাৰ কৰে । ইয়াৰ উদ্দেশ্য হল সকল ছাত্র/ছাত্রীক তাৰ পটভূমিত উন্নত মানসম্পন্ন শিক্ষা প্রদান কৰা । ৱেবছাইট – https://www.dbuniversity.ac.in/

  • First film studio in Assam – Jyoti Chitrabon (1968,Guwahati)

 

অসম চৰকাৰ 1961 চনত নৰকাসুৰ পাহাৰৰ পিছৰফালে 10 একৰ জমি লৈ অসমৰ প্ৰথম ফিল্ম ষ্টুডিও ৰ কাম আৰম্ভ কৰে ।

অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ প্রতি যথাযথ শ্রদ্ধা জনাই, ফিল্ম স্টুডিওৰ নাম যথার্থভাবেই “জ্যোতি চিত্রবন” ৰখা হয় ।

First high court in Assam – Guwahati High Court ( 1949)

ভাৰত চৰকাৰ আইন 1935 সম্পূর্ণ পাচ হোৱাৰ পিছত 1 March, 1948- গুয়াহাটি হাইকোর্ট প্রতিষ্ঠিত কৰা হৈছিল ই মূলত অসম আৰু নাগাল্যান্ডেৰ হাইকোর্ট হিচাপে পৰিচিত আছিল কিন্তু 1971 চনত ইয়াৰ নাম পৰিৱৰ্তন কৰি গুয়াহাটি হাইকোর্ট ৰখা হয়।

First in Assam in Assamese

First Assamese Film in Assam – Joymoti (1935)

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ‘ত কৰা হৈছিল। ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়

First colour film in Assam – Bhaiti (1972)

ভাইটি  অসমীয়া ভাষাৰ প্ৰথম ৰঙীন ফিচাৰ ফিল্ম। কমল নাৰায়ণ চৌধুৰি পৰিচালিত, ভাইটি আছিল অসমীয়া ভাষায় প্রথম রঙিন চিনেমা । এইখন চিনেমাত সঙ্গীত পৰিচালনা কৰিছিল অজিত সিংহ। খগেন মহন্ত, আৰতি মুখার্জি এবং অজিত সিং-ৰ দৰে অসমীয়া চিনেমাৰ গায়ক এই চিনেমাৰ গীতত কণ্ঠ দিছিল । ভাইটি চিনেমা মুক্তি পায় ১৯৭২ চনত ।

Assam TET Section click here

First female CM of Assam – Syeda Anwara Taimur

 

চৈয়দা আনোৱাৰা টাইমূৰ (১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী তেওঁ চাৰিবাৰকৈ অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ আমন্ত্ৰণ পাইছিল। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয়।

 

Financial Education in Assamese click here

 

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago