CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions
হিতাহিত: হিত+অহিত
অতীন্দ্ৰিয়: অতি+ইন্দ্ৰিয়
সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা?
উত্তৰ:- দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেদি এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি ।
উদাহৰণ- নমস্কাৰ :নমঃ+কাৰ
হিমালয় :হিম+আলয়
সংস্কৃত :সম্+কৃত
অতীন্দ্ৰিয় :অতি+ইন্দ্ৰিয়
যথাৰ্থ :যথা+অৰ্থ
ইত্যাদি :ইতি+আদি
নীৰৱ :নিঃ+ৰৱ
দেৱৰ্ষি :দেৱ+ঋষি
পৰীক্ষা :পৰি+ঈক্ষা
হিতাহিত :হিত+অহিত
নাৱিক:নৌ+ইক
হিমালয় :হিম+আলয়
হিমাচল :হিম+আচল
গিৰীন্দ্ৰ :গিৰি+ইন্দ্ৰ
যথেষ্ট :যথা+ইষ্ট
উচ্ছেদ :উৎ+ছেদ
যথাৰ্থ :যথা+অৰ্থ
নমস্কাৰ :নমঃ+কাৰ
ৰাজৰ্ষি :ৰাজ+ঋষি
বিদ্যালয় :বিদ্যা+আলয়
উচ্ছল :উৎ+ছল
কটুক্তি :কটু+উক্তি
ইত্যাদি :ইতি+আদি
নিশ্চয় :নিঃ+চয়
বিদ্যালয় :বিদ্যা+আলয়
চন্দ্ৰোদয় :চন্দ্ৰ+উদয়
যদ্যাপি :যদি+অপি
নমস্কাৰ :নমঃ+কাৰ
ইত্যাদি :ইতি+আদি
হোমাগ্নি :হোম+অগ্নি
সংস্কৃত :সম্+কৃত
যদ্যপি :যদি+অপি
সূৰ্যোদয় :সূৰ্য+উদয়
যথেষ্ট :যথা+ইষ্ট
অন্বেষণ :অনু+এষণ
ভাবুক :ভৌ+উক
হিমালয় :হিম+আলয়
ষড়ানন :ষট্+আনন
সঞ্চয় :সম্+চয়
হিতৈষী :হিত+এষী
শীতাৰ্ত :শীত+ঋত
14. H.S.L.C-2022
উমানন্দ: উমা+আনন্দ
মহোৎসৱ: মহা+উৎসৱ
সমন্বয়: সম+অন্বয়
15. H.S.L.C-2023
তৃষ্ণাতুৰ: তৃষ্ণা+আতুৰ
যথাৰ্থ: যথা+অৰ্থ
অতীন্দ্ৰিয়:অতি+ইন্দ্ৰিয়
16. H.S.L.C-2024
ইত্যাদি: ইতি+আদি
উল্লেখ: উৎ+লেখ
সংহাৰ: সম্+হাৰ
CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions
Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 – click here
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar – click here
HSLC Previous Year’s Question in PDF – click here
SEBA Class – 10 All Solutions – click here
আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here
CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions
সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM Previous Year QUESTIONS ANSWERS Solutions
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…