1. What is the another name of Barak river
বৰাক নদীৰ আন এটা নাম কি ?
Answer : River Surma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE
2. What is the smallest river Island
পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ নাম কি ?
Answer: Umananda
3. How many UNESCO site’s are there in Assam ?
অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
Answer: 2
4. Where is the Asia’s first Crude oil discovered?
এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো ?
Answer: Digboi
5. When did tea discover in Assam?
কিমান চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল ?
Answer: 1823
6. From which year Rail Service started in Assam?
অসমত সৰ্বপ্ৰথম কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভণি হয় ?
Answer: 1882
7. অসমৰ ৰাজধানী খন কিমান চনত চিলং অৰ পৰা দিছপুৰত স্থাপন কৰা হৈছিল ?
In Which year capital of Assam shifted from shillong to Dispur ?
Answer: 1973
8. স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল ?
How many districts are there in Assam at the time of Independence ?
Answer: 13
9. অসমৰ ৰাজ্যিক গীত টো কোনে ৰচনা কৰিছিল ?
Answer: laxminath bezbaruah
10. How many Tiger Reserve are there in Assam?
অসমত কেইটা ব্যাঘ্ৰ প্ৰকল্প আছে?
Answer: There are 4 Tiger Reserve in Assam || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE
Financial Knowledge in Assamese – click here
11. Who was the first woman Chief Minister of Assam?
অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
Answer : ছৈয়দা আনোৱাৰা টাইমূৰ
12. What was the first Assamese Monthly Magazine of Assam?
অসমৰ প্ৰথম মাহিলী আলোচনীখনৰ নাম কি আছিল ?
Answer : অৰুনোদই (1846)
13. Who was the first Assamese to climb Mount Everest?
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন?
Answer : Tarun Saikia
14. What was the name of first Assamese colour film ?
প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি আছিল ?
Answer : ভাইটি
15. What is the name of first film studio of Assam ?
অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’ৰ নাম কি ?
Answer : জ্যোতি চিত্ৰবন
16. Which is the first bridge of Assam over Brahmaputra river?
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ প্ৰথমখন দলং কোনখন?
Answer : শৰাইঘাট দলং
17. Who was the First Assamese IAS from Assam?
অসমৰ পৰা প্ৰথম অসমীয়া আই এ এছ বিষয়া কোন আছিল?
Answer : আনন্দৰাম বৰুৱা
18) Which is the first daily English newspaper of Assam? অসমৰ প্ৰথম দৈনিক ইংৰাজী কাকত কোনখন?
Answer : The Assam Tribune
19) Which was the first College in Assam ?
Answer : Cotton College
20) Who was the first from Assam to become Prime Minister of India?
অসমৰ কোনজন প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?
Answer : Fakhruddin Ali Ahmed
21) Who was the first Assamese to won the first Bharat Ratna Award from Assam?
ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
Answer : Dr. ভূপেন হাজৰিকা
22) Who was the first Assamese Singer to won the “Asom Ratna Award”?
“অসম ৰত্ন বঁটা” লাভ কৰা প্ৰথমজন অসমীয়া গায়ক কোন?
Answer : Dr . ভূপেন হাজৰিকা
23) Which is the first Medical Collage of Assam?
অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন?
Answer : Assam Medical Collage ( Dibrugarh, 1947)
24) Who was the first Assamese to won “Dada Saheb Phalke Award”?
“দাদা চাহেব ফাল্কে বঁটা” লাভ কৰা প্ৰথম অসমীয়া কোন?
Answer : Dr Bhupen Hazarika
25) Who was the First female Olympic participant from Assam?
অসমৰ পৰা প্ৰথম মহিলা অলিম্পিক অংশগ্ৰহণকাৰী কোন আছিল?
Answer : Lovelina Borgohain
26. Name the one and only Ramsar Site ( wet land ) of Assam
অসমৰ একমাত্ৰ ৰামছৰ স্থল টোৰ নাম কি ?
Answer : Deepor Beel
27. অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে ?
Answer : শিলঘাট।
28. অসমৰ কত দিয়াচলাইৰ কাৰখানা আছে ?
Answer : ধুবুৰী।
29. What is the another name of Barak river
বৰাক নদীৰ আন এটা নাম কি ?
Answer : River Surma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE
Assam Government Competitive Examination Previous Year’s Question & Answers – click here
30. What is the smallest river Island
পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ নাম কি ?
Answer : Umananda
31. How many UNESCO site’s are there in Assam ?
অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
Aswer : 2 ( Kaziranga & Manas )
List of National Parks in Assam – click here
32. Where is the Asia’s first Crude oil discovered?
এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো ?
Answer : Digboi, Assam
33. Where is the coffee reasearch centre of Assam established
অসমৰ কফি গৱেষণা কেন্দ্ৰ টো কত অৱস্থিত ?
Answer : Gunjong
34. Which river is known as “Kameng” in Arunachal Pradesh?
Answer : jia bharali
35. When did tea discover in Assam?
কিমান চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল ?
Answer : 1823
36) ব্ৰহ্মপুত্ৰ নদৰ আটাইতকৈ দীঘল উপনৈ কোনখন ?
Which is the largest tributary of Brahmaputra river?
Answer : Subansiri
37) From which year Rail Service started in Assam?
অসমত সৰ্বপ্ৰথম কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভণি হয় ?
Answer : 1882
38) অসমৰ ৰাজ্যিক গীত টো কোনে ৰচনা কৰিছিল ?
Answer : Laxminath Bezbarua
39) স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল ?
How many districts are there in Assam at the time of Independence?
Answer : 13
40) অসমৰ ৰাজধানী খন কিমান চনত দিছপুৰৰ স্থাপন কৰা হৈছিল ?
In Which year capital of Assam established in Dispur ?
Answer : In 1973
41. Who was the second president of Assam Sahitya Sabha?
অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল?
Answer : Chandradhar Barua
42. The Hayagriva Madhava temple of Hajo is located in which hill ?
হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত ?
Answer : Manikut Hills
43. Gibon Wildlife sanctuary is located at?
গিবন বন্যপ্ৰাণী অভয়াৰণ্য কত অৱস্থিত?
Answer : Jorhat
Sri Sri Madhav Deva Essay in Assamese – click here
44. The first Stadium was built in _____
অসমৰ প্ৰথমটো ষ্টেডিয়াম কত
Answer : Jorhat
45. Who was the first Governor of independent Assam ?
স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
Answer : Sir Akbar Hydari
46. Which one was the first capital of Ahom Kingdom in Assam ?
আহোম সকলৰ প্ৰথমখন ৰাজধানীৰ নাম কি ?
Answer : Charaideo
47. When Dr. Bhupen Hazarika had been awarded with Dadasaheb Phalke Award ?
ড° ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল?
Answer : 1992
48. Which Assamese film bagged the National Film award in 2014 ?
২০১৪ চনত কোনখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ?
Answer : Ajeyo
49. The area of Kaziranga National Park is
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায়
Answer : 430 Sq. km.
50. The Treaty of Yandaboo signed between east India company and which one of the following ?
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনটো কোম্পানীৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় ?
Answer : 24 February; 1826 with King of Burma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE
51. When does people of Assam celebrates “Lachit Divas “
অসমৰ মানুহে কেতিয়া “লাচিত দিৱস ” উদযাপন কৰে ?
Answer : 24th November লাচিত দিৱস – click here
52. In which year Gopinath Bordoloi was arrested for taking part in the freedom movement ?
কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লৈ গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল ?
Answer : 1922
53. In addition to Assamese, which other language from the state is included in the Eight Schedule of the Indian constitution ?
অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ?
Answer : Bodo
54. Ali – Aai – Ligang is a festival celebrated by
আলি – আই – লিগাংৰ অসমৰ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ ?
Answer : Mising
55. Guwahati Tea Auction centre was established in which year?
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?
Answer : 1970
56. Where is the Moidam of Lachit Borphukan situated?
লাচিত বৰফুকনৰ মৈদাম ক’ত অৱস্থিত?
Answer : Jorhat
57. Who built Moidam of Lachit Borphukan?
লাচিত বৰফুকনৰ মৈদামখন কোনে নিৰ্মাণ কৰিছিল?
Answer : Swargadeo Udayaditya Singha
58. Siang, joined by Lohit and Dibang makes which of the following rivers
ছিয়াং, লোহিত আৰু দিবাঙে যোগ দি তলৰ কোনখন নদী তৈয়াৰ কৰে
Answer : Brahmaputra
59. Which river is known as Kameng in Arunachal Pradesh ?
কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনা যায় ?
Answer : Jia Bharali
60. In which year Assam State Transport Corporation ( ASTC ) ESTABLISHED ?
কোন চনত অসম ৰাজ্যিক পৰিবহণ নিগম ( ASTC ) প্ৰতিষ্ঠা কৰা হৈছিল ?
Answer : 1970
61. Which one is the first mobile theatre in Assam?
Answer : Kohinur Theatre
62. Who was also known as “Bihogi Kobi ” ?
“বিহগী কবি” নামেৰেও কাক জনা গৈছিল ?
Answer : Raghunath Choudhary
অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |