Assam GK Test Series Part-3 November 9, 2023 by Souvik Leave a Comment 0 votes, 0 avg 134 Created on November 08, 2023Assam Gk || General Knowledge about Assam Assam GK Test Series Part-3 An MCQ based Assam GK Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you in English Grammar & try to enhance your knowledge. It will surely help you preparing for your competitive exams. 1 / 13 অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ভিতৰত বনাঞ্চলৰ অন্তৰ্গত মুঠ ক্ষেত্ৰফল হৈছে ৩৩ শতাংশ ২২ শতাংশ ২৮ শতাংশ ১৯ শতাংশ 2 / 13 কেতিয়া কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উদ্যান হিচাপে উন্নীত কৰা হৈছিল ? 1805 1974 1905 1958 3 / 13 অসমৰ পৰা প্ৰথম মহিলা অলিম্পিক অংশগ্ৰহণকাৰী কোন আছিল? Minu kakoti jiya Bordoloi Meri Kom Lovelina Borgohain 4 / 13 দাদা চাহেব ফাল্কে বঁটা" লাভ কৰা প্ৰথম অসমীয়া কোন? Dr Bhupen Hazarika Joyanta Hazarika Zubin Garg Nobo kanta Baruah 5 / 13 অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন? Kamrupa Hospital ( Guwahati, 1986) Assam Medical Collage ( Dibrugarh, 1947) Lower Assam hospital ( Bongaigoan; 1996) NOTA 6 / 13 অসমৰ পৰা কোনে প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল? Tarun Gogoi Dr APJ Abdul Kalam Fakhruddin Ali Ahmed Sir Sayed Sahdullah 7 / 13 Which is the first daily English newspaper of Assam? Assam Times The Assam Tribune Doinik Batori Amar Axom 8 / 13 অসমৰ পৰা প্ৰথম অসমীয়া আই এ এছ বিষয়া কোন আছিল? আনন্দৰাম বৰুৱা মণিৰাম দেৱান। বিষ্ণুৰাম মেধি ভূপেন হাজৰিকা 9 / 13 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ প্ৰথমখন দলং কোনখন? a) বগীবিল b) নৰনাৰায়ণ সেতু c) ঢলা শদিয়া দলং d) শৰাইঘাট দলং 10 / 13 অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নাম কি ? এন কে প্ৰডাকচন Tea Factory জ্যোতি চিত্ৰবন NOTA 11 / 13 অসমৰ প্ৰথমটো মাহিলী আলোচনীখনৰ নাম কি আছিল ? বাঁহী অৰুনোদইৰ মায়া প্ৰান্তিক 12 / 13 অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল? প্ৰতিমা পাণ্ডে বৰুৱা জয়মতী চয়েদা আনোৱাৰা টাইমূৰ ৰেণুকা দেৱী 13 / 13 অসমৰ ৰাজধানী খন কিমান চনত দিছপুৰৰ স্থাপন কৰা হৈছিল ? 1948 1973 1919 2011 Your score isThe average score is 83% LinkedIn Facebook Twitter VKontakte 0% Restart quiz Join us on WhatsAppclick hereCreate Your Free Demat Account on GROWWclick here Share this:FacebookWhatsAppLike this:Like Loading... Related
Leave a Reply