অসম টেট ।। Assam TET Section

শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese;  অসমৰ ধৰ্ম,সমাজ,সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শঙ্কৰদেৱে যি দান দি গল তাৰ তুলনা পাবলৈ বিৰল।তেখেত একেধাৰে কবি,সমাজ সংস্কাৰক,ধৰ্ম প্ৰৱৰ্তক,নাট্যকাৰ অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত।মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ ||

  • জন্মস্থান – নগাঁও জিলাৰ বৰদোৱাত
  • পিতৃ মাতৃৰ নাম- ক্ৰমে কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা
  • বংশ – শিৰোমণি বাৰ ভূঞা
  • বুঢ়ী মাকৰ নাম – খেৰসূতী
  • অধ্যাপক – মহেন্দ্ৰ কন্দলি

Assam TET Sectionclick here

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

  • শিক্ষা – বাৰ বছৰ বয়সত টোলত পঢ়িবলৈ যায়
  • প্ৰথম পত্নী – সূৰ্যৱতী
  • দ্বিতীয় পত্নী – কালিন্দী
  • মিলন – মাজুলীত হয় ১৫২২ খৃঃ (শংকৰ মাধৱৰ মিলন ক মনিকাঞ্চনৰ সংযোগ বুলি জনা যায়)
  • প্ৰবৰ্তিত ধৰ্ম – এক শৰণ নাম ধৰ্ম
  • ৰচনৰাজি ৰ ভাগ – ৬ টা কাব্য,ভক্তি তত্ত্ব,অনুবাদ মূলক,নাট,গীত,নাম প্ৰসংগ
  • কাব্য – হৰিশ্চন্দ্ৰ উপখ্যান , ৰুক্মিণী হৰণ কাব্য ( কাহিনীভাগ হৰিবংশৰ পৰা লোৱা), অজামিল উপাখ্যান , গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন , বলি ছলন , কুৰুক্ষেত্ৰ
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
  • ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ – ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ,নিমি নৱ সিদ্ধ সংবাদ,অনাদি পাতন
  • অনুবাদমূলক – দশম খনেই সৰ্বশ্ৰেষ্ঠ।ইয়াৰ উপৰিও ভাগৱতৰ প্ৰথম,দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে।মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰা কাণ্ড তেওঁ অনুবাদ কৰে।
  • অঙ্কীয়া নাট – পত্নী প্ৰসাদ, কালিয় দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়
  • গীত ভটিমা – বৰগীত(২৪০ টা ) ,ভটিমা, টোটোয় আৰু চপয়
  • নাম প্ৰসংগ – কীৰ্তন,গুণমালা

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

Financial Education in Assamese click here

  • একমাত্ৰ সংস্কৃত ভক্তিপ্রকাশক – ” ভক্তি ৰত্নাকৰ “
  • সাহিত্যিক জীৱনৰ কৃৰ্টি চিহ্ন – কীৰ্ত্তন ঘোষা
  • প্ৰথম ৰচনা – হৰিশ্চন্দ্ৰ উপাখ্যান
  • শেষ ৰচনা – ৰামবিজয়
  • নাট ভাওনা – চিহ্ন যাত্ৰা ( ১৪৬০ খৃঃ )
  • মনোৰম পুথি – ” গুণমালা ” ( ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচনা কৰা ৩৩৭ টা পদ যুক্ত )
  • জীৱন ভিত্তিক উপন্যাস – যাকেৰি নাহিকে উপাম
  • নাটকৰ ভাষা – ব্ৰজাৱলী ভাষাত ৰচিত
  • মহাপুৰুষ জনাৰ ৰচিত ভটিমা – তিনি প্ৰকাৰৰ ( নাট ভটিমা,দেৱ ভটিমা,ৰাজ ভটিমা)
  • বৰগীত ৰ নামকৰণ – বাণীকান্ত কাকতি য়ে “Noble Number” আৰু কালিৰাম মেধি য়ে” Songs Celestial” আখ্যা দিয়ে।
  • প্ৰথমবাৰ ভ্ৰমণত ৰচিত বৰগীত – মন মেৰি ৰাম চৰণেহি লাগু(১৪৯০ খৃঃ)
  • মৃত্যু – ১৫৬৮ খৃঃ ( ১২০ বছৰ বয়সত)

 

 

Join us in WhatsApp Group click here

Souvik

Recent Posts

ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series

ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series   Class 10 English Chapter…

3 days ago

Assam Forest Forester Grade-I : 100 Most Expected Questions (With Answers)

Assam Forest Forester Grade-I: 100 Most Expected Questions (With Answers)                    The…

2 weeks ago

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

3 weeks ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

4 weeks ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

4 weeks ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

1 month ago