1. কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰ: চাৰ্লছ বেৱেজ ক কম্পিউটাৰৰ জনক বুলি কোৱা হয় । 35+ কম্পিউটাৰ বিষয়ে প্ৰশ্ন উত্তৰ অসমীয়াত ।। Most Important Computer Questions Answers in Assamese
2. চাৰ্লছ বেৱেজ কিমান চনত কম্পিউটাৰ উদ্ভাৱন কৰিছিল ?
উত্তৰ: ১৮২২ চনত
3. কম্পিউটাৰৰ মগজুক কি বুলি জনা যায় ?
উত্তৰ: কম্পিউটাৰৰ মগজুক CPU বুলি কোৱা হয় ।
4. ভাৰতৰ প্ৰথম কম্পিউটাৰ কত স্থাপন কৰা হৈছিল ?
উত্তৰ: ভাৰতৰ প্ৰথম কম্পিউটাৰ ভাৰতীয় পৰিসংখিক প্ৰতিষ্ঠান কলিকতাত স্থাপন কৰা হৈছিল।
5. কোন দেশত কম্পিউটাৰ আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় ?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ ।
6. কম্পিউটাৰৰ ভিতৰলৈ যোৱা data ক কি বুলি কোৱা হয় ?
উত্তৰ: Input ( ইনপুট) বুলি কোৱা হয়।
7. দুটা আউট পুট ( output ) device অৰ উদাহৰণ দিয়া ?
উত্তৰ: দুটা আউট পুট ( output ) device অৰ উদাহৰণ হৈছে মনিটৰ আৰু স্পিকাৰ।
8. সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা আউট পুত চাবলৈ কোনটো ডিভাইছ ব্যবহাৰ কৰা হয় ?
উত্তৰ: সকলো ধৰণৰ কম্পিউটাৰৰ সূচনা বা তথ্য চাবলৈ মনিটৰ ব্যবহাৰ কৰা হয়।
9. CD-ROM ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: CD-ROM ৰ সম্পূৰ্ণ নাম হৈছে Compact Disc Read Only Memory
10. কম্পিউটাৰ এটাত ৰেম ( Ram) ৰ অৰ্থ কি ?
উত্তৰ: কম্পিউটাৰ ট RAM মানে Ramdom Access Memory। ই হৈছে কম্পিউটাৰৰ এক প্ৰকাৰৰ মেমোৰী যাক Randomly Access কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে কম্পিউটাৰত কৰা কামবোৰ অস্থায়ী ভাবে সংৰক্ষণ কৰা হয়।
11. পেন ড্ৰাইভ কি ?
উত্তৰ: পেন দ্রাইভ হৈছে এক প্ৰকাৰৰ ইলেকট্ৰনিক মেমৰী।পেন ড্ৰাইভ ৰ দ্বাৰা অডিঅ, ভিডিঅ আৰু যিকোনো ফাইল আৰু তথ্য স্থানান্তৰ কৰা যায়।
12. যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো কোন স্থানত থাকে ?
উত্তৰ: যেতিয়া ফাইল এটা সংৰক্ষণ ( Save) কৰা হয় আৰু কম্পিউটাৰ টো বন্ধ কৰা হয় তেতিয়া তথ্য টো Secondary Storage অত সংৰক্ষণ হৈ থাকে ।
13. Www ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Www ৰ সম্পূৰ্ণ নাম World Wide web.
14. Www ৰ আৱিষ্কাৰক কোন ?
উত্তৰ: Www ৰ আৱিষ্কাৰক হৈছে Sir Timothy John Berners-Lee আৰু Robert Cailliau.
15. কম্পিউটাৰ ভাইৰাছ কি ?
উত্তৰ: কম্পিউটাৰ ভাইৰাছ হল কম্পিউটাৰক ধ্বংস কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এটা ছফ্টৱেৰ প্ৰ’গ্ৰাম ।
16. VIRUS অৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: VIRUS অৰ সম্পূৰ্ণ নাম হৈছে – Vital Information Resources Under Siege।
17. Email ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Email ৰ সম্পূৰ্ণ নাম হৈছে ইলেক্টৰনিক মেইল ( Electric Mail ) ।
18. Email ৰ জনক বুলি কাক জনা যায়?
উত্তৰ: Email ৰ জনক বুলি Raymond Samuel Tomlinson জনা যায় ।
19. HTML ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: HTML ৰ সম্পূৰ্ণ নাম হৈছে HYPER TEXT MARKUP LANGUAGE
20. Https ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Https ৰ সম্পূৰ্ণ নাম Hyper Text Transfer Protocol
21. পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ 1976 ত নিৰ্মাণ কৰা হৈছিল ।
১০১ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || 101 Assam Gk in Assamese – click here
22. কোনে প্ৰথম কম্পিউটাৰ মাউচ সৃষ্টি কৰিছিল ?
উত্তৰ: Douglas Engelbart in 1963
23. ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: ভাৰতৰ নিৰ্মাণ কৰা চুপাৰ কম্পিউটাৰ টোৰ নাম পৰম ( PARAM) ইয়াক C-DAC দ্বাৰা সৃষ্টি কৰা হয় ।
24. পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম কি ?
উত্তৰ: পৃথিৱীৰ প্ৰথম গণনা কৰা কম্পিউটাৰ টোৰ নাম এবাকাছ ।
25. বিট ( Bit) কি?
উত্তৰ: বিট হৈছে কম্পিউটাৰৰ মেমৰিৰ ক্ষুদ্ৰ একক ।
26. কিমান চনৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ?
উত্তৰ: 1987 ৰ পৰা Laptop অৰ প্ৰবৰ্তন কৰা হয় ।
27. ভাৰতত কম্পিউটাৰ সেৱা কিমান চনত পৰা আৰম্ভ হৈছিল ?
উত্তৰ : ভাৰতত কম্পিউটাৰ সেৱা 1966 চনৰ 3 এপ্ৰিল ৰ পৰা আৰম্ভ হৈছিল ।
28. গুগল কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল ?
উত্তৰ: 1998 ৰ পৰা
29. PDF ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ: Portable Document Format
30. LAN ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Local Area Network
Use of Article in Assamese – click here
31. পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম কি আছিল ?
উত্তৰ: পৃথিৱীৰ প্ৰথম কম্পিউটাৰৰ নাম ENIAC
32. What is a LAN?
উত্তৰ: A network that connects devices within a building or group of buildings.
33. MS-Word is an example of _____ ?
উত্তৰ: Application software
35. A megabyte, also known as a MB, contains how many byte ?
উত্তৰ: 1024 kilobytes
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
মহাকাশ বিজ্ঞান জগতৰ বিষয়ে Assam Direct Recruitment, Assam Police, Assam TET, DME, SSC ৰ বাবে লাগতীয়াল প্ৰশ্ন || Our Universe…
An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you…
An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা || Dr Himanta Biswa Sarma; প্ৰাথমিক জীৱন আৰু শিক্ষা; ৰাজনৈতিক কেৰিয়াৰ হিমন্ত বিশ্ব শৰ্মা এজন…
শিক্ষাত পূৰ্বৰ বৰ্ষৰ প্ৰশ্নকাকতৰ তাৎপৰ্য || The Significance of Previous Year Question Papers in Education; SEBA class-10; HSLC General Mathematics…
Benefits of solving previous year's Question paper There are many advantages of solving previous year's Question paper and practising with…