আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)

আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)

আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024) প্ৰতি,   মাননীয় প্ৰধান শিক্ষক মহোদয়    ( বিদ্যালয়ৰ নাম ) বিষয় : বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধিৰ বাবে আবেদন মহাশয়,      আমি আপোনাৰ বিদ্যালয়ৰ [শ্ৰেণী]ৰ ছাত্ৰ/ছাত্ৰী, আপোনাক জনাব বিচাৰিছোঁ যে, আমাৰ বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা তেনেই কম । খেলৰ সামগ্রী আৰু খেলাৰ উপযুক্ত স্থানো সীমিত।ছাত্ৰ-ছাত্ৰী হিচাপে খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম। ই আমাৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। সেই কাৰণে আমি আশা কৰোঁ যে আপুনি আমাৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাব। আমি তলত উল্লেখ কৰা খেল-ধেমালিৰ সুবিধা সমূহ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছো: ১. খেল পথাৰখন মেৰামতি কৰা। ২. ক্ৰিকেট, ফুটবল, বেডমিণ্টন আদি খেলৰ বাবে প্রয়োজনীয় সামগ্রী যোগান ধৰা। ৩. ভলীবল খেলৰ বাবে নেট আৰু খুঁটাৰ ব্যৱস্থা কৰা। ৪. খেল-ধেমালিৰ বাবে উপযুক্ত ঠাইৰ ব্যৱস্থা কৰা। সেয়েহে আমি সকলো ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমাক খেলৰ বাবে প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰিব। আপোনাৰ সহাঁৰি ৰ বাবে প্রতীক্ষা কৰি থাকিম। আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ ছাত্ৰী, বিদ্যালয়ৰ নাম [তাৰিখ] আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC ’09, ’24)
Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025click here প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar click here HSLC Previous Year’s Question in PDFclick here SEBA Class – 10 All Solutions click here বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC ’09, ’24) বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC ’09 ’24)
Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago