বিজ্ঞানৰ প্ৰশ্ন || General Science Questions & Answers in Assamese for Competitive Exams
মহাকাশ বিজ্ঞান জগতৰ বিষয়ে Assam Direct Recruitment, Assam Police, Assam TET, DME, SSC ৰ বাবে লাগতীয়াল প্ৰশ্ন || Our Universe related Question and Answers for Assam Competitive Examination || বিজ্ঞানৰ প্ৰশ্ন || General Science Questions & Answers in Assamese for Competitive Exams
১) সূৰ্য্যৰ ব্যাস কিমান ?
উত্তৰ: ৮ লাখ ৬৬ হাজাৰ মাইল ।
২) পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?
উত্তৰ: ১৪ কোটি ৯৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ
৩) পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান ?
উত্তৰ: ৩ লাখ ৮২ হাজাৰ কিলোমিটাৰ ।
৪) পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ ?
উত্তৰ: প্ৰায় ১৩ লাখ গুণ ডাঙৰ ।
৫) পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে ?
উত্তৰ: ৮ মিনিট ১৬ চেকেণ্ড ।
৬) আমি বাস কৰা পৃথিৱীখনৰ বয়স কিমান ?
উত্তৰ: প্ৰায় ৮০০ কোটি বছৰ ।
৭) চন্দ্ৰৰ ব্যাস কিমান ?
উত্তৰ: ২,১৬২ মাইল ।
৮) পৃথিৱীৰ গতিবেগ কিমান ?
উত্তৰ: চেকেণ্ডত ১৮৫ মাইল ।
৯) কোন দেশৰ বৈজ্ঞানিকে প্ৰথম কৃত্ৰিম উপগ্ৰহ আৱিষ্কাৰ কৰিছিল ?
উত্তৰ: ৰাছিয়াৰ বৈজ্ঞানিকে ।
১০) ৰাছিয়াৰ মহাকাশ যান কেতিয়া শুক্ৰ গ্ৰহত অৱস্থান কৰে ?
উত্তৰ: ১৯৭০ চনৰ ১৭ আগষ্টত ।
১১) চন্দ্ৰত অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তিজন কোন?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীল এ. আৰ্মষ্ট্ৰং আৰু এডউইন ই. এড্ৰিন জুনিয়ৰে প্ৰথমে চন্দ্ৰত ভৰি ৰাখিছিল আৰু তাৰ পিছত এল্ড্ৰিন আছিল। জুলাই ২১, ১৯৬৯।
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || 100+ Science Based Questions For ADRE || ASSAM TET || ASSAM POLICE Exams – click here
১২) মহাকাশত প্ৰৱেশ কৰা প্ৰথম ব্যক্তিজন কোন ?
উত্তৰ: মেজৰ য়ুৰি গেগেৰিন (ৰাছিয়ান)
১৩) পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি?
উত্তৰ: ভেলেণ্টিনা তেৰেস্কোভা
১৪) মহাকাশত ভাঁহি অহা প্ৰথম আমেৰিকান মহাকাশচাৰী গৰাকীৰ নাম কি?
উত্তৰ: এডৱাৰ্ড হোৱাইট
১৫) কোমল অৱতৰণ কৰা আৰু চন্দ্ৰৰ পৰা উঠাই পৃথিৱীলৈ উভতি অহা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি?
উত্তৰ: লুনা-১৬ (আমেৰিকা যুক্তৰাষ্ট্ৰ) ছেপ্টেম্বৰ ২১, ১৯৭০
১৬) চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানৱযুক্ত মহাকাশ যানখনৰ নাম কি?
উত্তৰ: লুনাৰ এক্সপ্লোৰেচন মডিউল (এলইএম)
১৭) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ: আৰ্যভট্ট
১৮) ভাৰতৰ প্ৰথম মহাকাশচাৰী গৰাকীৰ নাম কি?
উত্তৰ: ৰাকেশ শৰ্মা
১৯) ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি ?
উত্তৰ: কল্পনা চাওলা
২০) ভাৰতৰ প্ৰথম সফল চন্দ্ৰ অভিযানটো কি ?
উত্তৰ: চন্দ্ৰযান-১ (অক্টোবৰ ২২, ২০০৮)
বিজ্ঞানভিত্তিক প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ লগতে উত্তৰ || General Science Question for APDCL, Assam Forest, ADRE, PNRD, TET, Assam Police, DC Office, Secretariat, GHC, APSC || বিজ্ঞানৰ প্ৰশ্ন || General Science Questions & Answers in Assamese for Competitive Exams
1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
4.প্ৰশ্ন:ভিটামিন ‘C’ ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।
8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ’মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।
বিজ্ঞানৰ প্ৰশ্ন || General Science Questions & Answers in Assamese for Competitive Exams
বিজ্ঞানভিত্তিক প্ৰশ্ন উত্তৰ || Science Mock Test In Assamese Part-3 – click here
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…