প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023)

প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023)

প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023)

 

 

খোৱা পানীৰ সমস্যাত কষ্ট পোৱা অঞ্চলবাসী
(নিজস্ব সংবাদদাতা)

[অঞ্চলৰ নাম],

[তাৰিখ]:

           [অঞ্চলৰ নাম] অঞ্চলত পানীৰ সংকট এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অতিৰিক্ত জনসংখ্যা আৰু অশোধিত পানীৰ যোগানৰ ফলত বহুতে অসুস্থ হোৱাৰ খবৰ আহিছে। পানী পোৱাৰ বাবে বহু দূৰলৈ যোৱাৰো প্ৰয়োজন হৈ পৰিছে।

লোকসকলে খোলা পুখুৰী আৰু ড্ৰেইনৰ পৰা পানী আনিব লগা হৈছে, যাৰ ফলত ডায়েৰিয়া, জণ্ডিছ আদিৰ দৰে ৰোগ ব্যাপক হাৰত বৃদ্ধি পাইছে।

এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ পানী যোগান বিভাগে তৎপৰতাৰে ব্যৱস্থা লোৱা উচিত। অচিৰেই যদি পানীৰ সু-ব্যৱস্থা নোহোৱা হয়, তেন্তে এই অঞ্চলত স্বাস্থ্য সমস্যাৰ ভয়ংকৰ পৰিণাম দেখা দিব।

– [সংবাদদাতাৰ নাম]

 

 

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025click here

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar click here

 

HSLC Previous Year’s Question in PDFclick here

 

SEBA Class – 10 All Solutions click here

 

প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023)

Souvik

Recent Posts

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 week ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

2 weeks ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

2 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

2 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

2 months ago

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…

4 months ago