বৈদিক গণিত

পূৰণ

 

A. দুটা অংক ৰে গঠিত সংখ্যাৰ লগত দুটা অংক ৰে গঠিত সংখ্যাৰ পূৰণ:-

 

দুটা অংক ৰে গঠিত সংখ্যাৰ লগত দুটা অংক ৰে গঠিত সংখ্যাৰ পূৰণ:-

এই পূৰণৰ বাবে আমি তিনিশাৰীৰ এটা দীঘলীয়া পদ্ধতিৰে সমাধান কৰিব লাগিব।কিন্তু নিম্নলিখিত পদ্ধতিৰে একে শাৰীতে পূৰণফল নিৰ্ণয় কৰিব পৰা যাব।

ওপৰৰ পদ্ধতিৰ নাম RCL পদ্ধতি
RRight (সো)
CCross (বজ্ৰ)
LLeft (বাওঁ)

a. সোঁফালে থকা অংক দুটাৰ পূৰণ

b. ( ওপৰৰ সোঁ ফালৰ অংক × তলৰ বাওঁ ফালৰ অংক ) + ( ওপৰৰ বাওঁ ফালৰ অংক × তলৰ সোঁ ফালৰ অংক )

c. বাওঁ ফালে থকা অংক দুটাৰ পূৰণ।
Examples :

45 × 62 = ?

i. 5 × 2 = 10 ৰ 0 হাতত থাকিল 1

ii. ( 4 × 2 ) + ( 6 × 5 ) = 38 হাতৰ 1 যোগ কৰি 38 + 1 = 39 এই 39 ৰ 9 লিখা হল হাতত থাকিল 3

iii. 4 × 6 = 24 হাতৰ 3 যোগ হলে 24 + 3 = 27 এই 27 ক 90 বাওঁ ফালে বহুৱাব লাগে।

45 × 62 = 2790.

B. 3 অংক আৰু 2 অংকৰ সংখ্যাৰ পূৰণ

 

. 3 অংক আৰু 2 অংকৰ সংখ্যাৰ পূৰণ

435×23 = ?

i. 5 × 3 = 15, 15 ৰ 5 লিখি হাতত থাকিল 1

ii. (3×3) + (2×5) = 19, 19 ৰ লগত হাতৰ 1 যোগ দিলে হব 20, 20 ৰ 0 লিখি হাতত থাকিব 2

iii. (4×3) + (2×3) = 18,18 + 2(হাতৰ) = 20,20 ৰ 0 হাতত থাকিব 2

iv. 4×2 = 8, 8+2(হাতৰ) = 10

435 × 23 = 10005.

C. তিনি অংক ৰে গঠিত দুই সংখ্যাৰ পূৰণ :

 

তিনি অংক ৰে গঠিত দুই সংখ্যাৰ পূৰণ :

432 × 241 = ?

i. 2×1 = 2 ইয়াক 2 লিখক

ii. (3×4) + (4×2) = 11, 11 ৰ 1 লিখক 1 হাতত থাকিব

iii. (4×1) + (2×2) + (4×3) = 20, হাতৰ 1 যোগ কৰি 20+1 = 21, 21 ৰ 1 লিখক হাতত থাকিব 2

iv. (4×4) + (2×3) = 22 ৰ লগত 2 যোগ কৰি 22+2 = 24,এই 24 ৰ 4 লিখি 2 হাতত থাকিব

v. 4×2 = 8 হাতৰ 2 যোগ কৰি 8 + 2 = 10,এই 10 ক ___4112 ৰ বাওঁ ফালে লিখক

432 × 241 = 104112

D. চাৰি অংকৰ সংখ্যা ৰে 2 অংকৰ সংখ্যাৰ পূৰণ :

 

চাৰি অংকৰ সংখ্যা ৰে 2 অংকৰ সংখ্যাৰ পূৰণ :

6395 × 42 = ?

i. 5×2 = 10 ৰ 0 লিখক 1 হাতত থাকিব

ii. (9×2) + (5×4) = 38 ৰ লগত হাতৰ 1 যোগ কৰি 39 ৰ 9 লিখক 3 হাতত থাকিব

iii. (3×2) + (9×4) = 42 + 3 ( হাতৰ) = 45, 45 ৰ 5 লিখক হাতত থাকিব 4

iv. (6×2) + (3×4) = 24 + 4 (হাতৰ) = 28 ,28 ৰ 8 লিখক হাতত থাকিব 2

v. 6×4 =24 + 2 (হাতৰ) =26 আৰু 26 ক বাওঁ ফালে লিখক

6395 × 42 = 268590.

E. 4 আৰু 3 অংকৰ সংখ্যাৰ পূৰণ :

 

. 4 আৰু 3 অংকৰ সংখ্যাৰ পূৰণ :

3572 × 849 = ?

i. 9×2 = 18 ৰ 8 লিখক হাতত থাকিব 1

ii. (7×9) + (2×4) = 71 ৰ লগত হাতৰ 1 যোগ কৰি 72, 72 ৰ 2 লিখিব হাতত থাকিব 7

iii. (2×8) + (7×4) + (5×9) = 89 + 7(হাতৰ) = 96, 96 ৰ 6 লিখিব হাতত থাকিব 9

iv. (7×8) + (5×4) + (3×9) = 103 + 9(হাতৰ) = 112, 112 ৰ 2 লিখিব হাতত থাকিব 11

v. (8×5) + (4×3) =52+11(হাতৰ) =63 , 63 ৰ 3 লিখিব হাতত থাকিব 6

vi. 3×8 = 24 + 6(হাতৰ) = 30. এই 30 ক একেবাৰে বাওঁ ফালে লিখিব ।

3572 × 849 = 3032628.

F. দুটা 4 অংকৰ সংখ্যাৰ পূৰণ :

 

দুটা 4 অংকৰ সংখ্যাৰ পূৰণ :

9246 × 2543 = ?

i. 6×3 = 18 ৰ 8 হাতত থাকিব 1

ii. (4×3) + (6×4) =36+1(হাতৰ) = 37 ৰ 7 লিখিব হাতত থাকিব 3

iii. (6×5) + (4×4) + (2×3) = 52 + 3(হাতৰ)= 55, 55 ৰ 5 লিখিব হাতত থাকিব 5

iv. (6×2) + (9×3) + (4×5) + (2×4) = 67 + 5(হাতৰ) =72, 72 ৰ 2 লিখিব হাতত থাকিব 7

v. (9×4) + (4×2) +(2×5) =54 + 7(হাতৰ)= 61, 61 ৰ 1 লিখিব হাতত থাকিব 6

vi. (9×5) + (2×2) = 49 + 6(হাতৰ) = 55, 55 ৰ 5 লিখিব হাতত থাকিব 5

vii. 9×2 =18 + 5(হাতৰ) = 23, এই 23 ক বাওঁ ফালে লিখক।

9246 × 2543 = 23512578.

 

 

 

বৈদিক গণিত

 

-AssamStudyHub.Com

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

3 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

1 week ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

1 week ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

3 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago