• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women

February 7, 2023 by Souvik Leave a Comment

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women : 
শেহতীয়া অপৰাধ সমূহৰ ভিতৰত আটাইতকৈ সমস্যা বহুল বুলি ক’ব পৰা অপৰাধ হ’ল নাৰী নিৰ্যাতন৷ ই মূলত যৌন অপৰাধ৷ এতিয়া কথা হ’ল ইয়াৰ ইমান বিস্তৃতিৰ কাৰণ কি? তলত কেইটামান কাৰণ আলোচনা কৰাৰ চেষ্টা কৰা হৈছে৷


1. পুৰুষৰ দমনীয় মনোভাৱ:-
পাৰম্পৰিক ধাৰণা অনুসৰি পুৰুষসকলে নাৰীক সদায় এক দমনীয় সত্বা হিচাপে জ্ঞান কৰে, পুৰুষসকলৰ জন্ম দমন কৰিবলৈ আৰু নাৰীৰ জন্ম দমনীয় হ’বলৈৰ দ্বৰে এক মগজুত ব্যৱস্থাৰ ধাৰণা আছে৷আনকি বহু নাৰীয়ে এই ধাৰণাক সমৰ্থন কৰি ভাল পায়৷


2.নাৰীৰ অৰ্থনৈতিক অৱস্থা:-
ভাৰত বৰ্ষত নাৰীক উপাৰ্জনৰ বাব মুক্ত কৰি দিয়া ধাৰণাতো অতি নতুন, পুৰণি কালৰেপৰা নাৰীক গৃহিনী স্বৰূপে আৰু পুৰুষক উপাৰ্জনৰ সমল হিচাপে জ্ঞান কৰা হয়৷ সেই কাৰণে নাৰী অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা হয় আৰু পুৰুষ তন্ত্ৰৰ দ্বাৰা শোষিত হয়৷অৰ্থনৈতিক ক্ষমতা নথকাৰ বাবে প্ৰতিবাদৰো ক্ষমতা নাথাকে৷নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women


3.শাৰীৰিক সক্ষমতা হীনতা:-
নাৰীৰ শাৰীৰিক সক্ষমতা অলসপ্ৰিয়তাৰ বাবেই হওক বা পুৰুষৰ দমন নীতিৰ বাবেই হওক, কম হোৱা বাবে পুৰুষৰ লগত শাৰীৰিক শক্তিত ফেৰ মাৰিব পৰাকৈ গঢ় দিয়া নহয়৷সেই দুৰ্বলতা পুৰুষৰ ভালকৈ জ্ঞাত হোৱাৰ বাবে নাৰী নিৰ্যাতন বেছিকৈ হয়৷


4.নাৰীৰ পবিত্ৰতা:–
পুৰুষতান্ত্ৰিক ব্যৱস্থাত নাৰীৰ দৈহিক পবিত্ৰতা নামেৰে এক স্থিতাবস্থা সৃষ্টি কৰি নাৰীৰ যৌন অধিকাৰ অৱদমন কৰা হৈছে৷আনহাতে নাৰীয়েও পবিত্ৰতা নষ্ট হোৱাৰ ভয়ৰ ধাৰণা বৰ আলসুৱাকৈ পালন কৰি আহিছে৷ গতিকে পুৰুষৰ বাবে এই পবিত্ৰতা নামৰ ধাৰণাৰ অচিলা লৈ নাৰীক মানসিক – শাৰীৰিক অত্যাচাৰ কৰাৰ সহজ পন্থা ৰূপে পৰিগণিত হৈছে৷


5.পুৰুষৰ যৌন চাহিদা:-
পবিত্ৰতা আৰু সামাজিক নীতিৰ প্ৰভাৱৰ বাবে পুৰষৰ যৌন চাহিদাক নাৰীয়ে মুকলি সমৰ্থন নজনায় বা নাৰীয়ে নিজৰ দৈহিক চাহিদাকো লুকাই ৰাখিব বিচাৰে যিহেতু সামাজিক নীতি সমূহ পুৰুষতান্ত্ৰিক হোৱা বাবে পুৰুষৰ ভয়তে নাৰীয়ে যৌন গোপনীয়তা তথা কাম শীতলতাক সমৰ্থন কৰে৷আনহাতে সমাজৰ উচ্চ শ্ৰেণীৰ ধাৰণাৰে নাৰী পবিত্ৰতা নামেৰে নামাকৰণ কৰি নাৰীৰ যৌন চাহিদাক নস্যাৎ কৰা হৈছে৷ফলত আৰ্থিকভাৱে স্বচ্ছল তথা অভিজাত সকলৰ বাদে বাকী পুৰুষ সকলৰ প্ৰাকৃতিক যৌন চাহিদাক অৱদমন কৰাৰ বাহিৰে বেলেগ একো উপায় সামাজিক ব্যৱস্থা মতে নাই৷ ইও নাৰী জনিত অপৰাধৰ এক কাৰণ৷নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women


6.কৰ্মসংস্থাপনহীনতাঃ–
জনসংখ্যা বৃদ্ধিৰ লগেলগে উপাৰ্জনক্ষম পুৰুষ সকলো উপাৰ্জনৰ বাবে তীব্ৰ প্ৰতিযোগিতা বা প্ৰত্যহ্বানৰ সন্মুখীন হৈছে৷নিবনুৱা বহু যুৱকৰ বাবে স্বনিয়োজনৰো স্পষ্ট দিশ নথকা বাবে অধিক সময় ব্যস্ততা অবিহনে কটাই আৰু এই সময়তে যৌনতাৰ দ্বৰে প্ৰাকৃতিক কাৰক সমূহৰ প্ৰভাৱত পৰি অপৰাধ সংঘটিত কৰে৷
এই সমস্যাবিলাকৰ উপৰিও আৰু বহু সমস্যা আছে যিবলাকৰ বিষয়ে জনাৰ পিছত নাৰীজনিত অপৰাধৰ প্ৰকৃত কাৰণক অনুভৱ কৰিব পাৰি৷ এই অপৰাধ লাঘৱৰ বাবে নাৰী সকল শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাৰ অনুশীলন কৰিব লাগিব৷ নাৰীয়ে পুৰুষতান্ত্ৰিকতাৰ পৰা মুক্ত হৈ নিজকে উন্মুক্ত ভাৱে শাৰীৰিক আৰু মানসিকতাৰ সবল স্থিতিৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিলে এই সমস্যা অধিকাংশে লাঘৱ হ’ব৷

অসমৰ ইতিহাস।। Assam History Most Important Question & Answers in Assamese – click here

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা
নাৰী নিৰ্যাতন এক সামাজিক সমস্যা

 

নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্বই নাই। নাৰী সৃষ্টি আৰু প্ৰেৰণাৰ চিৰন্তন প্ৰতীক।সৃষ্টিৰ পাতনিৰে পৰা লক্ষ্য কৰিলে দেখা যায় যে, পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ পৰিপূৰক।বৰ্তমান শিক্ষা-দীক্ষাৰ ফালৰ পৰাও নাৰীয়ে পুৰুষৰ সমানে আগুৱাই গৈছে।এগৰাকী নাৰীৰ অশেষ ত‍্যাগৰ বিনিময়ত ঘৰ,সমাজ আৰু দেশখন উন্নতিৰ জখলাৰে আগবাঢ়ি যাব পাৰে। নাৰীৰ ত‍্যাগৰ বহু উদাহৰণ আমাৰ চকুৰ আগত জলজল পতপতকৈ জিলিকি আছে।তাৰে এক উদাহৰণ মহাভাৰতৰ গান্ধাৰী।তেনেদৰে মুলাগাভৰু,কনকলতা, জয়মতীৰ ত‍্যাগৰ নিদৰ্শন আজিও ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে।তেওঁলোকৰ সাহস আৰু সুস্থ মানসিকতাই তেওঁলোকক আদৰ্শৱান নাৰী হিচাপে আমাৰ সমাজ তথা দেশতেই জাকত জিলিকাই ৰাখিছে।নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...
 

    %d