১৯৫৫ | যতীন্দ্ৰনাথ দুৱৰা, বনফুল |
১৯৬০ | বেণুধৰ শৰ্মা, কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত |
১৯৬১ | ড০.বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ,ইয়াৰুইংগম |
১৯৬৬ | অম্বিকাগিৰি ৰায়চৌধুৰী ,বেদনাৰ উল্কা |
১৯৬৪ | বিৰিঞ্চি কুমাৰ বৰুৱা , অসমৰ লোক-সংস্কৃতি |
১৯৬৮ | নলিনীবালা দেৱী, অলকানন্দা |
১৯৬৯ | অতুল চন্দ্ৰ হাজৰিকা, মঞ্চলেখা |
১৯৭০ | লক্ষ্মীনাথ ফুকন, মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ |
১৯৭২ | চৈয়দ আব্দুল মালিক , অঘৰী আত্মাৰ কাহিনী |
১৯৭৪ | সৌৰভ কুমাৰ চলিহা , গোলাম |
১৯৭৫ | নৱকান্ত বৰুৱা, ককাদেউতাৰ হাড় |
১৯৭৬ | ভবেন্দ্ৰনাথ শইকীয়া , শৃংখল |
১৯৭৭ | আনন্দ্ৰ চন্দ্ৰ বৰুৱা ,বকুল বনৰ কবিতা |
১৯৭৮ | হোমেন বৰগোহাঁঞি, পিতা-পুত্ৰ |
১৯৭৯ | ভবেন বৰুৱা, সোণালী জাহাজ |
১৯৮০ | যোগেশ দাস, পৃথিৱীৰ অসুখ |
১৯৮১ | নীলমণি ফুকন, কবিতা |
১৯৮২ | মামণিৰয়চম গোস্বামী ,মামৰে ধৰা তৰোৱাল |
১৯৮৩ | নিৰ্মলপ্ৰভা বৰদলৈ, সুদীৰ্ঘ দিন আৰু ঋতু |
১৯৮৪ | দেৱেন্দ্ৰনাথ আচাৰ্য, জংগম |
১৯৮৬ | তীৰ্থনাথ শৰ্মা , বেণুধৰ শৰ্মা |
১৯৮৫ | কৃষ্ণকান্ত সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ |
১৯৮৭ | হৰেকৃষ্ণ ডেকা, আন এজন |
১৯৮৮ | লক্ষ্মীনন্দন বৰা ,পাতাল ভৈৰৱী |
১৯৮৯ | হীৰেণ গোহাঁই , অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা |
১৯৯০ | স্নেহদেৱী ,স্নেহদেৱী একুৰি গল্প |
১৯৯১ | অজিত বৰুৱা, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য |
১৯৯২ | হীৰেণ ভট্টাচাৰ্য, শইচৰ পথাৰ মানুহ |
১৯৯৩ | কেশৱ মহন্ত, মোৰো যে কিমান হেঁপাহ |
১৯৯৪ | শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) মধুপুৰ বহুদূৰ |
১৯৯৫ | চন্দ্ৰপ্ৰসাদ শইকীয়া ,মহাৰথী+ |
১৯৯৬ | নিৰুপমা বৰগোহাঞি, অভিযাত্ৰী |
১৯৯৭ | নগেন শইকীয়া, আন্ধাৰত নিজৰ মুখ |
১৯৯৮ | অৰুণ শৰ্মা ,আশীৰ্বাদৰ ৰং |
১৯৯৯ | মেদিনী চৌধুৰী ,বিপন্ন সময় |
২০০০ | অপূৰ্ব শৰ্মা ,বাঘে টাপুৰ ৰাতি |
২০০১ | মহিম বৰা ,এধানী মাহীৰ হাঁহি |
২০০২ | নলিনীধৰ ভট্টাচাৰ্য, মহৎ ঐতিহ্য |
২০০৩ | বীৰেশ্বৰ বৰুৱা ,অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা |
২০০৪ | হীৰেন্দ্ৰ নাথ দত্ত ,মানুহ অনুকূলে |
২০০৫ | য়েছে দৰজে ঠংচি ,মৌন ওঁঠ মুখৰ হৃদয় |
২০০৬ | অতুলানন্দ গোস্বামী, চেনেহ জৰীৰ গাঁথি |
২০০৭ | পূৰবী বৰমুদৈ , শান্তনুকুলনন্দন |
২০০৮ | ৰীতা চৌধুৰী, দেও লাংখুই |
২০০৯ | ধ্ৰুৱজ্যোতি বৰা, কথা ৰত্নাকৰ |
২০১০ | কেশদা মহন্ত , অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি |
২০১১ | কবীন ফুকন, এই অনুৰাগী এই উদাস |
২০১২ | চন্দনা গোস্বামী , পাটকাইৰ ইপাৰে মোৰ দেশ |
২০১৩ | ৰবীন্দ্ৰ সৰকাৰ, ধূলিয়ৰি ভৰিৰ সাঁচ |
২০১৪ | অৰূপা কলিতা পটংগীয়া ,মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা |
২০১৫ | কুল শইকীয়া, আকাশৰ ছবি আৰু অন্যান্য গল্প |
২০১৬ | জ্ঞান পূজাৰী, মেঘমালাৰ ভ্ৰমণ |
২০১৭ | জয়ন্ত মাধৱ বৰা, মৰিয়াহোলা |
২০১৮ | সনন্ত তাঁতি, কাইলৈৰ দিনটো আমাৰ হ’ব |
২০১৯ | জয়শ্ৰী গোস্বামী মহন্ত, চাণক্য |
২০২০ | অপূৰ্ব কুমাৰ শইকীয়া ,বেংছতা |
২০২১ | অনুৰাধা শৰ্মা পূজাৰী , ইয়াত এখন অৰণ্যআছি আছিল |
২০২২ | মনোজ কুমাৰ গোস্বামী, ভুলসত্য চুটিগল্প সংকলন |
List of National Parks in Assam – click here
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
মহাকাশ বিজ্ঞান জগতৰ বিষয়ে Assam Direct Recruitment, Assam Police, Assam TET, DME, SSC ৰ বাবে লাগতীয়াল প্ৰশ্ন || Our Universe…
An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you…
An MCQ based English Grammar Test Series Created by ASSAM STUDY HUB here; Test yourself that how good are you…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা || Dr Himanta Biswa Sarma; প্ৰাথমিক জীৱন আৰু শিক্ষা; ৰাজনৈতিক কেৰিয়াৰ হিমন্ত বিশ্ব শৰ্মা এজন…
শিক্ষাত পূৰ্বৰ বৰ্ষৰ প্ৰশ্নকাকতৰ তাৎপৰ্য || The Significance of Previous Year Question Papers in Education; SEBA class-10; HSLC General Mathematics…
Benefits of solving previous year's Question paper There are many advantages of solving previous year's Question paper and practising with…