আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই। ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC ’15]

প্ৰতি,
অধ্যক্ষ মহোদয়,
[বিদ্যালয়ৰ নাম]

বিষয়ঃ অসমীয়া বিষয়ত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰাৰ বিষয়ে আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে, মই আপোনাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ এজন/এজনী ছাত্ৰ/ছাত্ৰী। অসমীয়া বিষয়ৰ দুটা পাঠ মই নিয়মীয়া ক্লাছত ভালদৰে বুজি পোৱা নাই। মই বহুত চেষ্টা কৰিও এই পাঠবোৰ সম্পূৰ্ণৰূপে বুজি পোৱা নাই।

সেয়ে আপোনাৰ ওচৰত বিনীত অনুৰোধ জনাইছোঁ যে, অনুগ্ৰহ কৰি আমাৰ অসমীয়া শিক্ষকজনৰ মাধ্যমেৰে এই পাঠবোৰৰ অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিয়ে যেন। ইয়াৰ ফলত মোৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব আৰু আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি গ্ৰহণ কৰিব পাৰিম।

আপোনাৰ দয়াপূৰ্ণ ব্যৱস্থাৰ বাবে মই চিৰকৃতজ্ঞ হ ম।

আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী,
[নাম]
শ্ৰেণী – দশম
ৰোল নম্বৰ – …………
তাৰিখ – …………

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025click here

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar click here

HSLC Previous Year’s Question in PDFclick here

SEBA Class – 10 All Solutions click here

আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ]click here

Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here

CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solutionclick here

প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago