কাক কি বুলি জনা যায় জানোঁ আহঁক
60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here
জগতগুৰু : | শ্ৰীমন্ত শংকৰদেৱ |
কলাগুৰু | বিষ্ণুপ্রসাদ ৰাভা |
ৰূপকোঁৱৰ | জ্যোতিপ্ৰসাদ আগৰৱালা |
গীতিকবি | পার্ৱতিপ্রসাদ বৰুৱা |
নটসূর্য | ফণী শর্মা |
কর্মবীৰ | নবীন চন্দ্র বৰদলৈ |
দেশভক্ত | তৰুণৰাম ফুকন |
দেশপ্রাণ | লক্ষ্মীধৰ শর্মা |
লোকপ্ৰিয় | গোপীনাথ বৰদলৈ |
দেশ হিতৈষী | বিমলা প্ৰসাদ চলিহা |
পণ্ডিতপ্ৰবৰ | কৃষ্ণকান্ত সন্দিকৈ |
অগ্নিকবি | কমলাকান্ত ভট্রাচার্য |
অতিন্দ্রীয়বাদী কবি : | নলিনীবালা দেৱী |
উপন্যাস সম্রাট : | ৰজনীকান্ত বৰদলৈ |
সাহিত্যৰথী : | লক্ষ্মীনাথ বেজবৰুৱা |
ৰসৰাজ : | লক্ষ্মীনাথ বেজবৰুৱা |
বকুলবনৰ কবি : | আনন্দ চন্দ্র বৰুৱা |
জ্ঞানমালিনীৰ কবি : | মফিজুদ্দিন আহমদ হাজৰিকা |
ধ্বনি কবি : | বিনন্দ চন্দ্র বৰুৱা |
পাপৰিৰ কবি: | গণেশ চন্দ্র গগৈ |
বিদ্রোহী কবি : | প্রসন্নলাল চৌধুৰী |
বিহগী কবি : | ৰঘুনাথ চৌধাৰী |
পথাৰৰ কবি : | ৰাম গগৈ |
বনফুলৰ কবি : | যতীন্দ্রনাথ দুৱৰা |
শেৱালি কবি : | ৰত্নকান্ত বৰকাকতি |
খৰিকাজাঁইৰ কবি : | ভবানন্দ ৰাজখোৱা |
সুগন্ধি পখিলাৰ কবি : | হীৰেন ভট্টাচাৰ্য |
ফুলনিৰ কবি : | পদ্মধৰ চলিহা |
নিজৰাৰ কবি : | শৈলধৰ ৰাজখোৱা |
বাগ্মীবৰ : | নীলমণি ফুকন |
প্রতিমাৰ খনিকৰ : | চন্দ্রকুমাৰ আগৰৱালা |
বনকোঁৱৰ : | আনন্দৰাম দাস |
ভাঙনিকোঁৱৰ : | আনন্দচন্দ্ৰ আগৰৱালা |
লোকনায়ক : | অমিয় কুমাৰ দাস |
সুধাকণ্ঠ : | ড° ভূপেন হাজৰিকা |
ত্যাগবীৰ : | হেমচন্দ্র বৰুৱা |
অসম কেশৰী : | অম্বিকাগিৰি ৰায়চৌধুৰী |
কবিতা কোঁৱৰ : | অম্বেশ্বৰ চেতিয়া ফুকন |
জননায়ক : | দেৱেশ্বৰ শর্মা |
ভাষাতত্ত্ববিদ : | বাণীকান্ত কাকতি |
লুইত কোঁৱৰ : | ৰুদ্ৰ বৰুৱা |
এণ্ডি খুৰা : | ডাঃ নগেন দত্ত |
মৌচাক মামা : | শান্তনু তামূলী |
সিংহপুৰুষ : | ৰাধাগোবিন্দ বৰুৱা |
সেউজ কোঁৱৰ : | পৰাগধৰ চলিহা |
দানবীৰ : | ৰাধানাথ সন্দিকৈ |
বীৰবালা : | কনকলতা |
অভিনয়াচার্য : | ব্রজনাথ শর্মা |
অসম গৌৰৱ : | হেম বৰুৱা |
শোণিত কোঁৱৰ : | গজেন বৰুৱা |
সৰস্বতী : | নিৰ্মলপ্ৰভা বৰদলৈ |
ৰংমন : | ৰবিন দে |
হস্তী-কন্য : | প্ৰতিমা পাণ্ডে বৰুৱা |
নৃত্যাচাৰ্য : | যতীন গোস্বামী |
কথা শিল্পী : | চৈয়দ আব্দুল মালিক |
কলংপৰীয়া কবি : | দেৱকান্ত বৰুৱা |
নাট্য প্রভাকৰ : | সত্যপ্রসাদ বৰুৱা |
Assam GK Test Series For Assam Police Part- 9 – click here
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
Leave a Reply