• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ

April 17, 2025 by Souvik Leave a Comment

 

Contents hide
Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ
আৰম্ভণি ( Introduction )
কৃষিজাত সম্পদ :
Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ
কৃষিজাত সম্পদ :
সামৰণি :
Share this:
Like this:
Related

Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ

 

 

আৰম্ভণি ( Introduction )

  ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য ।কোনো বিধ প্ৰাকৃতিক সম্পদেই এই ৰাজ্যত নোহোৱা নহয়।যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী,সেই ৰাজ্য শিল্প বাণিজ্য তো চহকী হয়।অসম কিন্তু ইয়াৰ ব্যতিক্ৰম।ইমানবোৰ প্ৰকৃতিজাত সম্পদ বা কেঁচামাল থকা সত্ত্বেও অসম শিল্প বাণিজ্য ত তেণেই পিছপৰা।যি দুটা এটা উদ্যোগ বা শিল্পানুষ্ঠন গঢ়ি উঠিছে,তাৰো গৰাকী সাধাৰণতে বহিৰাগত।আনকি প্রকৃতিজাত কেঁচামাল ৰ ব্যৱসায়ো প্ৰধানকৈ অনাঅসমীয়া ৰ হাতত।


বনজাত,খনিজাত,জলজাত আৰু মাটিৰ উৰ্বৰা হেতু কৃষিজাত বস্তুবোৰে  হল প্ৰাকৃতিক সম্পদ।

List of National Parks in Assam – click here


কৃষিজাত সম্পদ :

  অসমৰ হাবিবোৰ নানান মূল্যবান গছ গছনি,লতা গুল্মেৰে পৰিপূৰ্ণ। শাল,চেগুন,আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ কাৰণে বৰ উপযোগী।কাগজ শিল্পৰ ঘাই উপাদান বাঁহ,জুইশলা কাৰখানা ৰ ঘাই উপাদান শিমলু গছো এই হাবিত প্ৰচুৰ পৰিমাণে পোৱা যায়।মচলা জাতীয় গছ, মেজাংকৰি আদি ৰঙৰ গছ,শিমলু তুলা আৰু লা ৰ কাৰণেও অসমৰ হাবি বিখ্যাত।অসমৰ হাবিত থকা বেত আন এবিধ উল্লেখযোগ্য সম্পদ।অসমৰ হাবিত ওপজা সুকাঠি গছ,নাহৰৰ গুটি, পদ্মকাঠ আৰু চিত্ৰণলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়।ইয়াৰ পৰ্বত আৰু হাবি বোৰত নানান জন্তু,চৰাই চিৰিকতি বাসভূমি।এইবোৰৰ ভিতৰত হাতী,বাঘ,ভালুক,পহু আদি জন্তু আৰু ধনেছ,ময়ুৰ,দেওহাহ আদি চৰাই উল্লেখযোগ্য।হাতী আৰু গড় বৰ মূল্যবান জন্তু।বনজ সম্পদৰ ভিত্তিত প্লাইউড,কাঠ ফলা কল,জুইশলা  কাৰখানা নিচিনা সৰু সুৰা উদ্যোগৰ উপৰিও যোগীঘোপা,পাঁচ গাওঁ আদিত কাগজ কল স্থাপিত হৈছে। Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ

 

Also Read – Translation in Assamese

Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ


খনিজত সম্পদ :

 খনিজাত সম্পদ পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য।ইয়াত বিভিন্ন মাটি,আৰু শিলৰ উপৰিও চূণ,কেৰাচিন তেল, কয়লা,প্ৰাকৃতিক গেছ,ডিজেল, পেট্ৰল আদি পোৱা যায় যদিও প্ৰধান খনিজাত সম্পদ হিচাপে খাৰুৱা তেলৰ কথাকে উল্লেখ কৰিব পাৰি।ভাৰতৰ ভিতৰত অসম এই সম্পদত প্ৰথম। দুলীয়াজান,গেলেকি,মৰাণ,ডিগবৈ, লাকোৱা,নাহৰকটীয়া,নামৰূপ,আদি অঞ্চলত তেলৰ পুং আৰু প্ৰাকৃতিক গেছ পোৱা যায়।বোকাজান ত চূণশিল,লিডু,মাৰ্ঘেৰিটা, লেখাপানী আদি ঠাইত কয়লা পোৱা যায়।অসমত তাম আৰু সোণৰ খনিও পোৱাৰ সম্ভাৱনা আছে। আহোমৰ ৰাজত্বকালত সোৱণশিৰি নৈৰ বালিত সোণৰ কণিকাও পোৱা গৈছিল বুলি জানিব পৰা গৈছে।অসমৰ তেল শোধনৰ বাবে ডিগবৈত আগৰ পৰাই এটা সৰু তেল শোধনাগাৰ আছিল।এতিয়া গুৱাহাটীৰ নুনমাটি আৰু বঙাইগাঁওত দুটা তেল শোধনাগাৰ স্থাপিত হৈছে।

Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ
Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ




জলজাত সম্পদ :

জলজসম্পদৰ ভিতৰত অসমৰ নদী নলা,আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয়।অসমৰ নৈৰ খৰস্ৰতা আৰু বাৰিষা খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়।এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী।অসমৰ উৰ্বৰা খেতিপথাৰত পানী যোগান ধৰি আৰু সময়ে সময়ে হোৱা প্ৰলয়ংকাৰি বানপানীক নিয়ন্ত্ৰণ কৰি কৃষি খ ব্যাপক উন্নতি সাধন কৰিব পাৰি।এনেদৰে জলজ সম্পদৰ পূৰ্ণ বিকাশ ঘটাই ৰাজ্যখনৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰি।

অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা short

60 Most Important Political Science in Assamese – click here



কৃষিজাত সম্পদ :

অসম ৰাজ্যখন মৌচুমী অঞ্চলত অৱস্থিত তথা ইয়াৰ মাটিভাগ বৰ সাৰুৱা।গতিকে খেতিৰ বাবে ইয়াৰ মাটি বৰ উপযোগী।ইয়াত ধান,মাহ,সৰিয়হ,কুঁহিয়াৰ,মৰাপাট,চাহ,নাৰিকল,তামোল পাণ আদি নানা শাকপাচলি আৰু ফলমূল উৎপন্ন হয়।চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম।ইয়াৰ উৎপাদনৰ শতকৰা ৬৬ ভাগ চাহ অসমতে উৎপন্ন হয়।অসমৰ চাহপাতৰ মানদণ্ড উন্নত ধৰণৰ হোৱা বাবে বজাৰত ইয়াৰ চাহিদা অতি বেছি।অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়।নগাওঁ,কামৰূপ, গোৱাল পাৰাত ইয়াৰ উৎপাদন বেছি।ইয়াৰ উপৰিও তামোল পান ,নাৰিকল,আম,কঁঠাল,আনাৰস,আদি ফল ইয়াৰ পৰা ভাৰতৰ আন আন ঠাই লৈ ৰপ্তানি হয়।আদা,হালধি,জালুক আদি নানা প্ৰকাৰৰ শাক পাচলি ইয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। Natural Resources of ASSAM || অসমৰ প্ৰাকৃতিক সম্পদ

 

200+ Assamese to English Translation || অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ 2025  – click here



সামৰণি :

অসমত যিমান বোৰ প্ৰাকৃতিক সম্পদ আছে,সেই আটাইকে উদ্ধাৰ কৰি তাক যথাযোগ্যভাবে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহৈ নোৱাৰে।তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব।আনহাতে কোনো সম্পদই চিৰস্থায়ী নহয়,তাক সংৰক্ষণ আৰু সংবৰ্ধনৰ কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয়,অচিৰেই ই নাইকীয়া হব।সেইবাবে এই তিনিটা ব্যৱস্থাত গুৰুত্ব দিয়া উচিত।

 

 

 

Read Also – Computer Memory

অসমৰ প্ৰাকৃতিক সম্পদ | অসমীয়া ৰচনা | Asomiya Rosona | 

Assam has abundant mineral resources coal, petroleum; limestone, and natural gas are the principal mineral resources. It is also the largest producer of crude oil in India. Other minor minerals include magnetic quartzite, kaolin, sillimanites, iron ore, clay, and feldspar, etc.

Join Us in WhatsApp – click here

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Independence Day Speech in English for Students | Short & Long Speeches 2025 August 9, 2025
  • প্ৰতিবেদন পত্র: তুমি বাস কৰা অঞ্চলটোত খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন (HSLC 2010 2016 2023) August 8, 2025
  • Independence Day Speech in Assamese || স্বাধীনতা দিৱসৰ ভাষণ অসমীয়াত 2025/2026 August 8, 2025
  • पत्र लेखन || मान लो कि स्कूल-सप्ताह में तुम्हें खेल-कूद प्रतियोगिता में तीन पुरस्कार प्राप्त हुए हैं। इसकी जानकारी देते हुए अपने मित्र के नाम पर एक पत्र लिखो। [HSLC 2011] August 8, 2025
  • আবেদন পত্র: প্ৰধান শিক্ষক/অধ্যক্ষলৈ ছুটি বিচাৰি আবেদন (HSLC 2010) August 8, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d