Finance

মিউচুয়াল ফান্ড || What is Mutual fund in Assamese 2024

মিউচুয়াল ফান্ড || What is Mutual fund in Assamese

সংজ্ঞা: এটা  মিউচুয়াল ফান্ড হ’ল এটা পেশাগত ভাবে পৰিচালিত বিনিয়োগ স্কিম, যঁত সাধাৰণত একটি সম্পদ ব্যবস্থাপনা কোম্পানি দ্বাৰা চালিত হয় যি একদল লোকক একত্রিত কৰে আৰু তেওঁলোকৰ অর্থ, স্টক, বন্ড এবং অন্যান্য ঠিক ভাবে বিনিয়োগ কৰে, যাক আমি ষ্টক ব্রকাৰ (Stock Broker) বুলি চিনি পাওঁ ।মিউচুয়াল ফান্ড || What is Mutual fund in Assamese.
ষ্টক ব্রকাৰ বিনিয়োগ কাৰিৰ টকা পইচা ষ্টক বোৰ ঠিক ভাবে ৰক্ষনা বেক্ষণ কৰে , আজি কালি ষ্টক ব্রকাৰ হিজাপে আমাৰ মাজত বহুতো এপছ (App) উপলব্ধি হৈ আছে । আমি সেই ষ্টক বোৰৰ দ্বাৰা সহজে ইনভেষ্টমেণ্ট কৰিব পাৰো ।।

Assam TET Bengali Sectionclick here

বর্ণনা: এজন বিনিয়োগকাৰী হিচাপে, আপুনি মিউচুয়াল ফান্ডৰ ‘ইউনিট’ কিনিব পাৰে, যি মূলত এটা নির্দিষ্ট স্কিমত আপোনাৰ শ্বেয়াৰ অংশক প্রতিনিধিত্ব কৰে ।  এই ইউনিটবোৰ ফান্ডৰ বর্তমান নেট অ্যাসেট ভ্যালুত (NAV) প্রয়োজন অনুসাৰি কিনা বা বেচা যাব পাৰে ।।  তহবিলেৰ হোল্ডিং অনুসাৰে এই NAV বোৰ উঠানামা কৰি থাকে।  এই উঠা বা নমাৰ ওপৰত ভিত্তি কৰি এজন ইনভেষ্টৰৰ পোৰ্টফোলিও উঠা নমা দেখা দিয়াটো স্বাভাৱিক ।।

সকলো মিউচুয়াল ফান্ড SEBI -ত নিবন্ধিত।

মিউচুয়াল ফান্ড || What is Mutual fund in Assamese


Sebi মানে সিকিউৰিটিজ অ্যান্ড এক্সচেঞ্জ বোর্ড অফ ইন্ডিয়া (সংক্ষেপত: সেবি) বা ভারতীয় প্রতিভূতি ও বিনিময় বোর্ড হ’ল ভাৰতৰ সিকিউৰিটি অর্থাৎ ঋণপত্রৰ বজাৰৰ নিয়ন্ত্রণকাৰী এক প্রতিষ্ঠান । ১৯৮৮ চনত ই প্রতিষ্ঠা কৰা হয়, সেবিৰ হাতত সিকিউৰিটিজ অ্যান্ড এক্সচেঞ্জ বোর্ড অফ ইন্ডিয়া আইন ১৯৯২-ৰ অধীনত ১৯৯২ চনৰ ১২ এপ্রিলত আইনি ক্ষমতাসমূহ প্রদান কৰা হয়। সেবীয়ে বিনিয়োগকাৰীৰ স্বার্থ ৰক্ষাৰ বাবে গঠন কৰা কঠোৰ প্রবিধানৰ বিধানৰ মাজত কাম কৰে ।।মিউচুয়াল ফান্ড || What is Mutual fund in Assamese

মিউচুয়াল ফান্ডৰ দ্বাৰা বিনিয়োগৰ আটাইতকৈ ডাঙৰ সুবিধা হল ই সৰু বিনিয়োগকাৰীৰ বাবে ইক্যুইটি, বন্ড আৰু অন্যান্য সিকিউৰিটিত, বৈচিত্র্যপূর্ণ পোর্টফোলিওত অ্যাক্সেস দিয়ে, যি অলপ পৰিমাণ পুঁজি লৈ বিনিয়োগ কৰাৰ সুবিধা দিয়ে ।।

মিউচুয়াল ফান্ডত বিনিয়োগৰ সুবিধাসমূহ জনাটো অতি প্ৰয়োজনীয় ।। Importance of Investing Mutual Funds

1.প্ৰফেচনেল ম্যানেজমেন্ট || Professional Management : মিউচুয়াল ফান্ডত বিনিয়োগৰ আটাইতকৈ ডাঙৰ সুবিধা হল, এইবোৰ যোগ্য এবং পেছাঁদাৰ দক্ষতাৰ দ্বারা পৰিচালিত হয় যি এটা বিনিয়োগ গবেষণা দল দ্বাৰা সমর্থিত হয় যা কোম্পানিবোৰৰ কর্মক্ষমতা এবং সম্ভাবনা বিশ্লেষণ কৰে আৰু উপযুক্ত বিনিয়োগ নির্বাচন কৰে ।


2. পোর্টফোলিও বৈচিত্ৰকৰণ || Portfolio Diversification : যিহেতু বিনিয়োগৰ প্রাথমিক নিয়মৰ মাজত এটা হ’ল পোর্টফোলিওবোৰক বৈচিত্র্যময় কৰা, সেইবাবে এটা মিউচুয়াল ফান্ড এই লক্ষ্য অৰ্জনৰ এটা সহজ আৰু সফল উপায় হব পাৰে । বৈচিত্র্য লোকচানৰ পৰিমাণ হ্রাস কৰে আৰু আমাক সঠিক পৰিমানে লাভান্বিত কৰে ।

3. প্ৰত্যাৱৰ্তনৰ সম্ভাবনা || Return Potential : দীৰ্ঘসময়ত, মিউচুয়াল ফান্ডবোৰ উচ্চতৰ ৰিটার্ন দিয়াৰ সম্ভাবনা থাকে, কারণ তেওঁলোকে নির্বাচিত সিকিউরিটিগুলির বৈচিত্র্যময় ভাবে বিনিয়োগ করে৷

4. কম খৰচ || Low Costs : মিউচুয়াল ফান্ডবোৰত জড়িত খৰচ বিবেচনা কৰি বিনিয়োগৰ এটা ভাল বিকল্প । ফাণ্ড মেনেজ কৰাৰ বাবে তেওঁলোকে আমাৰ উপৰ্ণজনৰ এটা অংশ চিকুৰীতি হিচাবে ৰাখে যিটোৰ পৰিমাণ বহুত কম হয় ।

5. নমনীয়তা ||  Flexibility : ইয়াত বিনিয়োগৰ আৰু এটা ডাঙৰ সুবিধা হল আমাৰ প্ৰয়োজন অনুসৰি আমি এই ফাণ্ডৰ পৰা টকা পইচা উঠাব পাৰো ।। পইচা ৰিদিম কৰাৰ পিছত 2 দিনৰ ভিতৰত আমাৰ বেংকৰ একাউণ্টত অতি সহজে সোমায় ।

মিউচুয়াল ফান্ড || What is Mutual fund in Assamese

  • সাধাৰণ-জ্ঞান ৷৷Assam-gk – click here

বিনিয়োগ ।। Investment কৰাৰ বাবে কিছুমান নিৰ্ভৰ যোগ্য App ৰ লিংক তলত দিয়া হল , আপোনাৰ পছন্দ অনুসৰি ক্লিক কৰি ডাউনলদ কৰি investment journey আৰম্ভ কৰক ।। মই পাৰ্চনালি গ্ৰওও আৰু এঞ্জেল ব্ৰেকিং ব্যাবহাৰ কৰোঁ –

SIMPLE MUTUAL FUNDS ADVISE :

1. BUY ONLY 3-4 EQUITY FUNDS

2. NEVER INVEST BASED ON STAR RATINGS

3. TRY ADDING INDEX FUNDS

4. SIP AN EQUITY FUND FOR AT LEAST 10 YEARS

5. FOR DEBT FUNDS BUY SHORT TERM DEBT FUNDS

6 . NO CREDIT RISK FUNDS

7. TRY GETTING INTERNATIONAL EXPOSURE

8. CHECK YOUR INCOME & EXPENSE RATIO BEFORE INVESTING.

সৰল মিউচুয়াল ফান্ডৰ কিছুমান পৰামৰ্শ :

 

  1. কেৱল মাত্ৰ 3-4 টা ইক্যুইটি ফান্ড কিনক 
  2. স্টাৰ ৰেটিং-ৰ উপৰত ভিত্তি কৰি কেতিয়াও বিনিয়োগ নকৰিব ।
  3. সূচক তহবিল যোগ কৰাৰ চেষ্টা কৰক
  4. 15 বছৰৰ বাবে প্ৰথম ফালৰ বাবে কেৱল এটা একুইটি ফাণ্ডত SIP কৰক।
  5. ক্ৰেডিট কাৰ্ড ওপৰত ভিত্তি কৰি কেতিয়াও বিনিয়োগৰ কথা নাভাবিব
  6. আন্তর্জাতিক এক্সপোজাৰ পোৱাৰ চেষ্টা কৰক ।
  7. বিনিয়োগৰ আগৰ নিজৰ আয় আৰু ব্যয়ৰ হিচাপ ৰাখিবৰ।

Souvik

Recent Posts

Assam SEBA HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF

Assam HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam GENERAL MATHEMATICS Question…

6 days ago

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam COMPUTER SCIENCE…

7 days ago

Assam HSLC Exam ENGLISH Question Paper 2025 PDF

Assam HSLC Exam ENGLISH Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam ENGLISH Question Paper 2025…

7 days ago

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam Assamese Question Paper 2025…

1 week ago

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese   ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…

1 month ago

Assam HSLC Exam Mathematics Question Paper 2024 PDF

Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…

1 month ago