Finance

এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese

এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese

আগৰ দিনত মানুহ বোৰ লেন দেনৰ বাবে নগত ধন ব্যাবহাৰ কৰিছিল, লাহে লাহে সময়ৰ লগত মানুহৰ চাহিদাৰ পৰিৱৰ্তন হল, সকলো ঠাইতে বৃহৎ পৰিমাণৰ ধন লৈ ফুৰাটো এটা সমস্যাত পৰিণত হৈছিল । এই সমস্যাৰ সমাধান বিচাৰি ATM Card ব্যাবহাৰ আৰম্ভ হল ।এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese

এটিএম কার্ড কি ।। What is ATM CARD

ATM মানে হল অটোমেটেড টেলাৰ মেচিন। একইভাবে, এটিএম কার্ড হল এটা পিন-ভিত্তিক কার্ড যি এটা বেংক এ জাৰি কৰে আৰু ই এজন ব্যাক্তিৰ বেংকৰ আকাউণ্টৰ লগত লিংক হৈ থাকে । এটিএম-এ বিভিন্ন উদ্দেশ্যেত ব্যবহাৰ কৰিব পাৰি ।

এটিএম কার্ড থকা ব্যাক্তি এজনে যিকোনো সময়ত ATM মেচিনৰ পৰা ধন উঠাব পাৰে, লগত অনলাইন লেন-দেন শ্বপিং কৰিবৰ বাবে Atm card ব্যাবহাৰ কৰা হয় । এটিএম কার্ড সাধাৰণত এটা ডেবিট কার্ড।এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese

এটিএম কার্ডৰ প্ৰয়োজনীয়তা ।। What are the IMPORTANCE of an ATM CARD

এটিএম কার্ডৰ মাধ্যমে, আপুনি বহুত কাম বহুত শীঘ্ৰে কৰিব পাৰে যেনে – যিকোনো সময়ত আপুনি ধন ATM মেচিনৰ পৰা কাৰ্ড স্বাইপ কৰি আপোনাৰ 4 সংখ্যাৰ পিন টিপি টকা তুলিব পাৰে । এটিএম কার্ডবোৰ 4-সংখ্যাৰ পিন ব্যবহাৰ কৰা হয় যি আপোনাৰ বেংকৰ আকাউণ্টৰ লগত সংযুক্ত থাকে।

কিছুমান এটিএম কাৰ্ড বছৰি এটা চার্জ হিচাবে কিছু পৰিমান টকা কাটি লয় কিছুমানে আকৌ একো চাৰ্জ নলয় ।

মিউচুৱেল ফাণ্ড কি ।। What is Mutual fund in Assameseclick here

এটিএম কাৰ্ড কি ।। What is an ATM CARD in Assamese

এটিএম কার্ডৰ সম্পর্কত আপোনাৰ কি জনা উচিত ।। Thing should be know before using a ATM CARD

  • আপোনাৰ এটিএম কাৰ্ড খন নিৰাপদ ঠাইত ৰাখিব ।

  • আপোনাৰ এটিএম কাৰ্ডৰ পিন খন আপোনাৰ ডায়েৰী বা মোবাইল ত থকা নোট পেদ ত লিখি ৰাখিব, জৰুৰী কালীন অৱস্থাত পিন হেৰাই গলে আপুনি চিগ্ৰেই ধন তুলিবলৈ ব্যৰ্থ হব ।

  • পিন পাহৰি গলে বেংকৰ লগত যোগাযোগ কৰি নতুন পিন আপডেট কৰি থব ।

  • আপোনাৰ বেংকত পিন কাৰোৰে লগত চেয়াৰ নকৰিব, কোনো অচিনাকি বেংক বা বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা ফোনৰ যোগেদি পিন খুজিলে কেতিয়াও নিদিব, কিয়নো এইবোৰ স্কেম কৰি আপোনাৰ বেংকৰ পৰা ধন ওলাই লব পাৰে ।

 

 

ক্ৰেডিট কাৰ্ড কি ।। What is Credit Card in Assamese click here

 

Souvik

Recent Posts

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 week ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

2 weeks ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

2 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

2 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

2 months ago

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…

4 months ago