বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

 

(A) 11 ৰ পৰা 99 লৈকে বৰ্গ নিৰূপণ :


ধৰা হল,32 ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে (32)² =?

সমাধান :                (3 2
L =3, R=2

Step:
a. (R)²
b. (L×R)×2
c. (L)²

a.প্ৰদত্ত সংখ্যা টোক left আৰু right বিভক্ত কৰক right=R, left=L
b. প্ৰথমে right ৰ সংখ্যা টোক বৰ্গ কৰক,R ² = ?
c. দ্বিতীয়তে right আৰু left ৰ সংখ্যা দুটাক পূৰণ কৰি পূৰণফল টোক দুগুণ কৰক
d.শেষত left ৰ সংখ্যা টোক বৰ্গ কৰক,L ² = ?

এতিয়া,
প্ৰথমে R² = 2² = 4,4 লিখক।দ্বিতীয়তে,L×R×2 = (3×2)×2 = 12, এতিয়া 121 এৰি 24 ৰ left ত লিখক এতিয়া হব 24
শেষত,L² = 3²= 9. এতিয়া উপৰৰ 1 ৰ লগত 9 যোগ কৰক সংখ্যা টো হব 10.এতিয়া 1024 ৰ left ত লিখি দিওক তেতিয়া সংখ্যা টো হব 1024
1024 য়েই হল 32 ৰ বৰ্গ।

N.B : 11-99 লৈ যিকোনো সংখ্যাৰ বৰ্গৰ উপৰোক্ত পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰি।কিন্তু কিছুমান সংখ্যাৰ বৰ্গ বেলেগ পদ্ধতিৰেও নিৰ্ণয় কৰিব পাৰি।



B. 11 – 19 লৈকে সকলো সংখ্যাৰ বৰ্গ নিৰূপনৰ পদ্ধতি :


a. সংখ্যা টোৰ এককৰ ঘৰৰ অংকটোৰ বৰ্গ কৰক।
b. এতিয়া একক ঘৰৰ অংকটোক বৰ্গ নিৰ্ণয় কৰিবলগীয়া সংখ্যাটোৰ লগত যোগ কৰি প্ৰথমে বৰ্গ কৰি পোৱা সংখ্যাটোৰ left ত বহুৱাই দিয়ক।

Examples:
1. 12 ৰ বৰ্গ
a. 12 ৰ এককৰ ঘৰৰ অংক 2 আৰু ইয়াৰ বৰ্গ (2×2)=4
b. এককৰ ঘৰৰ অংকটো 12 ৰ লগত যোগ কৰি অৰ্থাৎ 2 ৰ লগত 12 যোগ কৰিলে হব 12+2=14. এতিয়া 144 ৰ left ত বহুৱালে সংখ্যাটো হব 144.গতিকে,12 ৰ বৰ্গ 144

2.14 ৰ বৰ্গ
a.14 ৰ এককৰ ঘৰৰ অংক 4. 4 ৰ বৰ্গ (4×4)=16 ই হল দুটা অংকৰ সংখ্যা এতিয়া 6 লিখক।14 ৰ লগত 4 যোগ কৰি (14+4)= 18.এতিয়া 4 ক প্ৰথমে বৰ্গ কৰি পোৱা 16118 ৰ লগত যোগ কৰিলে হব 1+18=19.এতিয়া 196 ৰ left ত বহুৱালে সংখ্যা টো হব 196. ইয়ে হল 14 ৰ বৰ্গ।


C. এককৰ ঘৰত ‘ 0 ‘ থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় পদ্ধতি :


কোনো সংখ্যাৰ right ত এটা ‘ 0 ‘ থাকিলে প্ৰথমে left ত থকা অংক টোক বৰ্গ কৰি তাৰ right ত দুটা শূণ্য(zero) বহুৱাব লাগে ।

Example
1. (30)²=?
       ইয়াত দহকৰ ঘৰৰ অংক টো হল 3 ইয়াৰ বৰ্গ (3×3)=9 এতিয়া 9 ৰ পিছত দুটা শূণ্য বহুৱালে সংখ্যা টো হব 900 যিটো 30 ৰ বৰ্গ।
       যদি সংখ্যাটোত দুটা ‘ 0 ‘ থাকে অৰ্থাৎ একক আৰু দহক দুয়োটা ঘৰতে শূণ্য তেন্তে শূন্যৰ left ত থকা সংখ্যাটোৰ বৰ্গ কৰি তাৰপিছত চাৰিটা 0 বহুৱালে সংখ্যাটোৰ বৰ্গ পোৱা যাব ।

Example
(400)²=?
এতিয়া 4² = 16, 4 ৰ পিছত দুটা 0 থকাৰ বাবে বৰ্গ কৰোঁতে চাৰিটা ‘ 0 ‘ 16 ৰ পিছত বহুৱাব লাগিব।গতিকে,(400)²=160000.

বৰ্গ নিৰূপনৰ সহজ পদ্ধতি || Easy Method to Find Square Root

D. এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰূপনৰ পদ্ধতি :

এককৰ ঘৰত 5 থকা সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰোঁতে প্ৰথমে,5²=25 লিখক।পিছত সংখ্যাটোৰ left ত থকা সংখ্যাটো আৰু তাক 1 বৃদ্ধি কৰি পোৱা সংখ্যাৰ পূৰণফল 25 ৰ left ত বহুৱালে সংখ্যাটোৰ বৰ্গ পাম ।
Examples
1. (35)² =?
1st step: 5²=25
2nd step:3×(3+1)=3×4=12
এতিয়া,1225 ৰ left ত বহুৱালে সংখ্যাটো পাম 1225
গতিকে,(35)²= 1225

2.(115)²=?
1st step: 5²=25
2nd step: 11×(11+1)=11×12=132
গতিকে,(115)²=13225


E. 9,6 অাৰু 3 ৰে গঠিত সংখ্যাৰ বৰ্গ নিৰ্ণয় পদ্ধতি: (Less 1 Add 1 process)

1st step: যিটো অংক ৰে সংখ্যাটো গঠিত সেইটো বৰ্গ কৰি অলপ পৃথককৈ লিখক।
2nd step: অংকটো বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ ঘৰৰ অংকটোৰ পৰা 1 কমোৱা আৰু দহকৰ ঘৰৰ সংখ্যাটোক 1 বঢ়োৱা।
3rd step: 1 কমাই পোৱা অংক টো এককৰ ঘৰৰ অংক টোৰ left ত বহুৱাওক।সংখ্যাটো যিমান টা অংক ৰে গঠিত তাতকৈ এটা কমাই সিমান left ত বহুৱাব আৰু সিমান টাই অংক দহকৰ ঘৰৰ left ত বহুৱাব।
Examples
1. (99999)²=?
1st step: 9²=81
এনেদৰে লিখিব অলপ পৃথকে ______8_____1
2nd step: এতিয়া,8+1=9, 1-1=0
3rd step: মুঠ অংক 5 ,গতিকে 8 আৰু 1 ৰ left ত 4 টাকৈ লিখিব লাগিব।
     ________8_________1
= 9999800001
(99999)²=9999800001


2. (6666)²=?
i. 6²=36
এনেদৰে লিখক, ____3_____6
ii. এতিয়া,3+1 =4 , 6-1=5
iii. সংখ্যাটোত মুঠ 6 ৰ অংক 4 গতিকে 3 আৰু 6 ৰ left ত 4 অাৰু 5 লিখিব লাগিব 3 টাকৈ ।
অৰ্থাৎ _____3_____6
= 44435556
(6666)²=44435556


3.(3333)²=?
i. 3²=9
এনেদৰে লিখক, ____0____9
ii. এতিয়া, 0+1 =1 , 9-1=8
iii. সংখ্যাটো মুঠ  3 ৰ  4 টা গতিকে 0 আৰু 9 ৰ left ত 1 আৰু 8 লিখিব লাগিব 3 টাকৈ
অৰ্থাৎ, ____0____9
= 11108889
(3333)²= 11108889

Souvik

View Comments

Recent Posts

ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series

ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series   Class 10 English Chapter…

2 days ago

Assam Forest Forester Grade-I : 100 Most Expected Questions (With Answers)

Assam Forest Forester Grade-I: 100 Most Expected Questions (With Answers)                    The…

2 weeks ago

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

3 weeks ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

4 weeks ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

4 weeks ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

1 month ago