Director of Technical Education JA 2020 Question Paper

The Junior Assistant written test conducted by Assam Engineering College in 2020 for the Directorate of Technical Education (DTE) was a 2-hour objective-based examination. The question paper consisted of 100 multiple-choice questions (MCQs), totaling 100 marks. Each correct answer awarded 1 mark, while 0.25 marks were deducted for each incorrect answer—indicating the presence of negative marking.

The candidates had to mark their answers in a separate OMR sheet using a black ballpoint pen, following strict guidelines. Use of cell phones, electronic devices, and even temporary exits from the examination hall was prohibited. Additionally, due to the COVID-19 pandemic, social distancing and mask usage were mandatory as per government protocols.

The exam’s structure likely included:

  • General Knowledge (GK)

  • Current Affairs

  • General English/Assamese comprehension

  • Quantitative Aptitude (Maths)

  • Logical Reasoning/General Intelligence

  • Basic Computer Knowledge

Practicing this paper helps aspirants understand the exam’s toughness, structure, and frequently asked topics. It is also useful to improve speed, time management, and accuracy. Candidates can identify recurring themes and important areas by reviewing such previous year papers, making their preparation more focused and effective. Director of Technical Education JA 2020 Question Paper

 

Financial Education in Assameseclick here

Director of Technical Education JA 2020 Question Paper

 

 

২০২০ চনত Directorate of Technical Education (DTE), Assam-ৰ অধীনত Junior Assistant পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষা Assam Engineering College-এ আয়োজিত কৰিছিল। এই পৰীক্ষাটোৰ সময়সীমা আছিল দু ঘণ্টা আৰু প্রশ্নপত্ৰত মুঠ ১০০টা MCQ (Multiple Choice Questions) আছিল, যাৰ পূৰ্ণ মান আছিল ১০০

প্ৰতি সঠিক উত্তৰৰ বাবে ১ নম্বৰ দিয়া হৈছিল আৰু ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কাঢ়ি লোৱা হৈছিল। এই ব্যৱস্থাই স্পষ্ট কৰে যে, পৰীক্ষাখনত negative marking আছিল। উত্তৰসমূহ OMR শ্বীটত কালো বলপেন ব্যৱহাৰ কৰি দিয়াৰ নিৰ্দেশনা দিয়া হৈছিল।

পৰীক্ষাৰ সময়ত:

  • ম’বাইল ফোন, ইলেক্ট্ৰনিক গ্যাজেট নিষিদ্ধ আছিল।

  • COVID-19-ৰ প্ৰেক্ষাপটত সামাজিক দূৰত্ব বজাই ৰাখি মাক্স পৰিধান বাধ্যতামূলক কৰিছিল।

  • পৰীক্ষাৰ মাজতে বাহিৰলৈ যাবলৈ অনুমতি নিদিয়া হৈছিল।

এই ধৰণৰ আগৰ বছৰবোৰৰ প্ৰশ্নপত্ৰৰ অনুশীলনে পৰীক্ষাৰ ধৰণ, প্রশ্নৰ প্ৰকাৰ আৰু সময় ব্য়ৱস্থাপনা শিকিবলৈ বিশেষ সহায় কৰে। লগতে, কোনবোৰ বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয় সেয়াও বুজিবলৈ সুবিধা হয়। সেয়েহে, অভ্যাসৰ বাবে এই ধৰণৰ প্ৰশ্নপত্ৰ অতি উপযোগী। Director of Technical Education JA 2020 Question Paper

IMPORTANT WEB-LINKS
Official Website
WhatsApp Group For Important Updates
For Jobs Update Government job opportunities
WhatsApp Group For All HSLC Solutions
FaceBook Page

Souvik

Recent Posts

মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত ? ভোগালী বিহুৰ তাৎপৰ্য আৰু উদযাপন

মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত? ভূমিকা অসমৰ জনজীৱন, সংস্কৃতি আৰু কৃষিভিত্তিক পৰম্পৰাৰ লগত গভীৰভাৱে জড়িত এক গুৰুত্বপূৰ্ণ উৎসৱ…

3 weeks ago

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 month ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

1 month ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

3 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

3 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

3 months ago