সাধাৰণ জ্ঞান

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET

 

১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।

(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ।

(৩) চ’মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?*
উত্তৰ:- বড়ো।

(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।

(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- ‘বনকুৱৰী’। কবি চন্দ্ৰকুমাৰ আগৰৱালা।

(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- ‘বনফুল’।

(১০) ‘বনফুলৰ’ কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

*101 Assam Gk in Assameseclick here

(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।

(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।

(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?*
উত্তৰ:- তেজপুৰ।

(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?*
উত্তৰ:- Rafale Fighter Jet.

(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?*
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।

(১৬) হাৱা মহল ক’ত অৱস্থিত?*
উত্তৰ:- জয়পুৰত।

(১৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।

(১৮) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ:- বোকাজান।

(১৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?*
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(২০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

*English Grammar MCQ Test Click here

(২১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?( 2022)*
উত্তৰ:- অমিত শ্বাহ।

(২২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

(২৩) অৰ্জুন বঁটা ক’ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

(২৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(২৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(২৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?*
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।

(২৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা পাইছিল?*
উত্তৰ:- ১৯১৩ চনত।

(২৮) নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ:- খাগৰিজান।

(২৯) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

(৩০) প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়াজনৰ নাম কি?
উত্তৰ:- আনন্দৰাম বৰুৱা।

*Assamese Essay Sectionclick here

(৩১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী।

(৩২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন?
উত্তৰ:- ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

(৩৩) লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ:- ড° তিলোত্তমা গগৈ।

(৩৪) গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ:- তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

(৩৫) মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ:- তেজপুৰত।

(৩৬) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:- বাংলাদেশ।

(৩৭) অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি?
উত্তৰ:- বৰাইল পাহাৰ।

(৩৮) অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
উত্তৰ:- ধুবুৰী।

(৩৯) অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ:- শিলঘাট।

(৪০) অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে?
উত্তৰ:- দেৰগাঁওত।

*Assam Gk MCQ Testclick here

(৪১) অসমত সাৰ কাৰখানা ক’ত আছে?
উত্তৰ:- নামৰূপত।

(৪২) অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?
উত্তৰ:- বোকাজান।

(৪৩) কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ?
উত্তৰ:- সৰ্থেবাৰী।

(৪৪) অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ:- চাবুৱা।

(৪৫) অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰে’ল ষ্টেচনটো কি?
উত্তৰ:- উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।

সাধাৰণ জ্ঞান ।। Assam Gk || EVS for Assam TET/assamstudyhub.com

(৪৬) কেতিয়া অসমত প্ৰথম ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- ১৮৮২ চনত।

(৪৭) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?*
উত্তৰ:- ১৯২১ চনত।

(৪৮) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ:- বসন্ত দাস।

(৪৯) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।

(৫০) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
উত্তৰ:- খৰ্গেশ্বৰ তালুকদাৰ

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago