সাধাৰণ জ্ঞান / Important Assam GK 2021
In Assamese Language
১.নিজৰাৰ কবি বুলি কাক কোৱা হয় ?
উত্তৰ:- শৈলধৰ ৰাজখোৱা।
২. নটসূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- ফণী শৰ্মা।
৩.গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।
৪. বিহগী কবি কাক কোৱা হয় ?
উত্তৰ:- ৰঘুনাথ চৌধাৰী।
৫.বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত ?
উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।
৬.লুইত কোঁৱৰ কাক বোলা হয় ?
উত্তৰ:- ৰুদ্ৰ বৰুৱা।
৭.লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?
উত্তৰ:- গোপীনাথ বৰদলৈ।
৮.শেৱালি কবি ৰূপে কোনজন ব্যক্তি জনাজাত ?
উত্তৰ:- ৰত্নকান্ত বৰকটকী।
৯. সাহিত্য ৰত্ন কাক বোলা হয় ?
উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।
১০.গণশিল্পী কাক বোলা হয় ?
উত্তৰ:- বিক্ৰম সিং য়েইন।
Also Read 101 ASSAM GK 2021
১১.অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।
১২. দেশভক্ত কাক বোলা হয় ?
উত্তৰ:- তৰুণৰাম ফুকন।
১৩. কলাগুৰু কাক বোলা হয় ?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।
১৪. সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায় ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১৫. কৰ্মবীৰ কাক বোলা হয় ?
উত্তৰ:- নবীন চন্দ্ৰ বৰদলৈ।
১৬.প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত ?
উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।
১৭. বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল ?
উত্তৰ:- কনকলতা।
১৮. ৰূপকোঁৱৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।
Read Also Preposition In Assamese
মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত? ভূমিকা অসমৰ জনজীৱন, সংস্কৃতি আৰু কৃষিভিত্তিক পৰম্পৰাৰ লগত গভীৰভাৱে জড়িত এক গুৰুত্বপূৰ্ণ উৎসৱ…
New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ …
Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese আৰম্ভণিঃ আজৰি পৰত মই ঘৰুৱা…
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…
পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…
View Comments
নৱেম্বৰ ৰ প্ৰথম সপ্তাহত পাই যাব ♥️