সাধাৰণ জ্ঞান

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE

1. What is the another name of Barak river
বৰাক নদীৰ আন এটা নাম কি ?
Answer : River Surma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE 

2. What is the smallest river Island
পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ নাম কি ?

Answer: Umananda

3. How many UNESCO site’s are there in Assam ?
অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?

Answer: 2

4. Where is the Asia’s first Crude oil discovered?
এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো ?

Answer: Digboi


5. When did tea discover in Assam?
কিমান চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল ?

Answer: 1823

6. From which year Rail Service started in Assam?
অসমত সৰ্বপ্ৰথম কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভণি হয় ?

Answer: 1882

7. অসমৰ ৰাজধানী খন কিমান চনত চিলং অৰ পৰা দিছপুৰত স্থাপন কৰা হৈছিল ?
In Which year capital of Assam shifted from shillong to Dispur ?

Answer: 1973


8. স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল ?
How many districts are there in Assam at the time of Independence ?

Answer: 13

9. অসমৰ ৰাজ্যিক গীত টো কোনে ৰচনা কৰিছিল ?
Answer: laxminath bezbaruah

10. How many Tiger Reserve are there in Assam?
অসমত কেইটা ব্যাঘ্ৰ প্ৰকল্প আছে?

Answer: There are 4 Tiger Reserve in Assam || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE 

Financial Knowledge in Assameseclick here

11. Who was the first woman Chief Minister of Assam?
অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

Answer : ছৈয়দা আনোৱাৰা টাইমূৰ

1
2. What was the first Assamese Monthly Magazine of Assam?
অসমৰ প্ৰথম মাহিলী আলোচনীখনৰ নাম কি আছিল ?

Answer : অৰুনোদই (1846)

1
3. Who was the first Assamese to climb Mount Everest?
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন?

Answer : Tarun Saikia


1
4. What was the name of first Assamese colour film ?
প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি আছিল ?

Answer : ভাইটি

15. What is the name of first film studio of Assam ?
অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’ৰ নাম কি ?

Answer : জ্যোতি চিত্ৰবন


16. Which is the first bridge of Assam over Brahmaputra river?
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ প্ৰথমখন দলং কোনখন?

Answer : শৰাইঘাট দলং

17. Who was the First Assamese IAS from Assam?
অসমৰ পৰা প্ৰথম অসমীয়া আই এ এছ বিষয়া কোন আছিল?

Answer : আনন্দৰাম বৰুৱা

18) Which is the first daily English newspaper of Assam? অসমৰ প্ৰথম দৈনিক ইংৰাজী কাকত কোনখন?

Answer : The Assam Tribune

19) Which was the first College in Assam ?
Answer : Cotton College

20) Who was the first from Assam to become Prime Minister of India?
অসমৰ কোনজন প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?
Answer : Fakhruddin Ali Ahmed

21) Who was the first Assamese to won the first Bharat Ratna Award from Assam?
ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
Answer : Dr. ভূপেন হাজৰিকা

22) Who was the first Assamese Singer to won the “Asom Ratna Award”?
“অসম ৰত্ন বঁটা” লাভ কৰা প্ৰথমজন অসমীয়া গায়ক কোন?
Answer : Dr . ভূপেন হাজৰিকা

23) Which is the first Medical Collage of Assam?
অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন?
Answer : Assam Medical Collage ( Dibrugarh, 1947)

24) Who was the first Assamese to won “Dada Saheb Phalke Award”?
“দাদা চাহেব ফাল্কে বঁটা” লাভ কৰা প্ৰথম অসমীয়া কোন?
Answer : Dr Bhupen Hazarika

25) Who was the First female Olympic participant from Assam?
অসমৰ পৰা প্ৰথম মহিলা অলিম্পিক অংশগ্ৰহণকাৰী কোন আছিল?
Answer : Lovelina Borgohain

26. Name the one and only Ramsar Site ( wet land ) of Assam
অসমৰ একমাত্ৰ ৰামছৰ স্থল টোৰ নাম কি ?
Answer : Deepor Beel

27. অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে ?
Answer : শিলঘাট।

28. অসমৰ কত দিয়াচলাইৰ কাৰখানা আছে ?
Answer : ধুবুৰী।

29. What is the another name of Barak river
বৰাক নদীৰ আন এটা নাম কি ?
Answer : River Surma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE 


Assam Government Competitive Examination Previous Year’s Question & Answersclick here

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE


30. What is the smallest river Island
পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ নাম কি ?

Answer : Umananda

31. How many UNESCO site’s are there in Assam ?
অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
Aswer : 2 ( Kaziranga & Manas )

List of National Parks in Assamclick here

32. Where is the Asia’s first Crude oil discovered?
এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ কোনটো ?

Answer : Digboi, Assam


33. Where is the coffee reasearch centre of Assam established
অসমৰ কফি গৱেষণা কেন্দ্ৰ টো কত অৱস্থিত ?

Answer : Gunjong


34. Which river is known as “Kameng” in Arunachal Pradesh?
Answer : jia bharali

35. When did tea discover in Assam?
কিমান চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল ?

Answer : 1823

36) ব্ৰহ্মপুত্ৰ নদৰ আটাইতকৈ দীঘল উপনৈ কোনখন ?
Which is the largest tributary of Brahmaputra river?

Answer : Subansiri

37) From which year Rail Service started in Assam?
অসমত সৰ্বপ্ৰথম কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভণি হয় ?

Answer : 1882

38) অসমৰ ৰাজ্যিক গীত টো কোনে ৰচনা কৰিছিল ?
Answer : Laxminath Bezbarua

39) স্বাধীনতাৰ সময়ত অসমত কেইখন জিলা আছিল ?
How many districts are there in Assam at the time of Independence?

Answer : 13

40) অসমৰ ৰাজধানী খন কিমান চনত দিছপুৰৰ স্থাপন কৰা হৈছিল ?
In Which year capital of Assam established in Dispur ?

Answer : In 1973

41. Who was the second president of Assam Sahitya Sabha?
অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল?

Answer : Chandradhar Barua

42. The Hayagriva Madhava temple of Hajo is located in which hill ?
হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত ?

Answer : Manikut Hills

43. Gibon Wildlife sanctuary is located at?
গিবন বন্যপ্ৰাণী অভয়াৰণ্য কত অৱস্থিত?

Answer : Jorhat

Sri Sri Madhav Deva Essay in Assamese click here

44. The first Stadium was built in _____
অসমৰ প্ৰথমটো ষ্টেডিয়াম কত

Answer : Jorhat

45. Who was the first Governor of independent Assam ?
স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

Answer : Sir Akbar Hydari

46. Which one was the first capital of Ahom Kingdom in Assam ?
আহোম সকলৰ প্ৰথমখন ৰাজধানীৰ নাম কি ?

Answer : Charaideo

47. When Dr. Bhupen Hazarika had been awarded with Dadasaheb Phalke Award ?
ড° ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল?

Answer : 1992

48. Which Assamese film bagged the National Film award in 2014 ?
২০১৪ চনত কোনখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ?

Answer : Ajeyo

49. The area of Kaziranga National Park is
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায়

Answer : 430 Sq. km.


50. The Treaty of Yandaboo signed between east India company and which one of the following ?
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনটো কোম্পানীৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় ?

Answer : 24 February; 1826 with King of Burma || 60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE 

51. When does people of Assam celebrates “Lachit Divas
অসমৰ মানুহে কেতিয়া “লাচিত দিৱস ” উদযাপন কৰে ?

Answer : 24th November লাচিত দিৱস click here

52. In which year Gopinath Bordoloi was arrested for taking part in the freedom movement ?
কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লৈ গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল ?

Answer : 1922

53. In addition to Assamese, which other language from the state is included in the Eight Schedule of the Indian constitution ?
অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ?

Answer : Bodo

54. Ali – Aai – Ligang is a festival celebrated by
আলি – আই – লিগাংৰ অসমৰ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ ?

Answer : Mising

55. Guwahati Tea Auction centre was established in which year?
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?

Answer : 1970

56. Where is the Moidam of Lachit Borphukan situated?
লাচিত বৰফুকনৰ মৈদাম ক’ত অৱস্থিত?

Answer : Jorhat

57. Who built Moidam of Lachit Borphukan?
লাচিত বৰফুকনৰ মৈদামখন কোনে নিৰ্মাণ কৰিছিল?

Answer : Swargadeo Udayaditya Singha

58. Siang, joined by Lohit and Dibang makes which of the following rivers
ছিয়াং, লোহিত আৰু দিবাঙে যোগ দি তলৰ কোনখন নদী তৈয়াৰ কৰে
Answer : Brahmaputra

59. Which river is known as Kameng in Arunachal Pradesh ?
কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনা যায় ?
Answer : Jia Bharali

60. In which year Assam State Transport Corporation ( ASTC ) ESTABLISHED ?
কোন চনত অসম ৰাজ্যিক পৰিবহণ নিগম ( ASTC ) প্ৰতিষ্ঠা কৰা হৈছিল ?
Answer : 1970


61. Which one is the first mobile theatre in Assam?
Answer : Kohinur Theatre

62. Who was also known as “Bihogi Kobi ” ?
“বিহগী কবি” নামেৰেও কাক জনা গৈছিল ?

Answer : Raghunath Choudhary

অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE



Souvik

Recent Posts

মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত ? ভোগালী বিহুৰ তাৎপৰ্য আৰু উদযাপন

মাঘ বিহু কিয় উদযাপন কৰা হয় অসমত? ভূমিকা অসমৰ জনজীৱন, সংস্কৃতি আৰু কৃষিভিত্তিক পৰম্পৰাৰ লগত গভীৰভাৱে জড়িত এক গুৰুত্বপূৰ্ণ উৎসৱ…

3 weeks ago

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 month ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

1 month ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

3 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

3 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

3 months ago