১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।
(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ।
(৩) চ’মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?
উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।
(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ?
উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?
উত্তৰ:- ৰাভাসকলৰ।
(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।
(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- ‘বনকুৱৰী’। কবি চন্দ্ৰকুমাৰ আগৰৱালা।
(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- ‘বনফুল’।
(১০) ‘বনফুলৰ’ কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।
(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।
(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?
উত্তৰ:- তেজপুৰ।
(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?
উত্তৰ:- Rafale Fighter Jet.
(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।
(১৬) হাৱা মহল ক’ত অৱস্থিত?
উত্তৰ:- জয়পুৰত।
(১৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা।
(১৮) অসমৰ চিমেণ্ট কাৰখানা ক’ত আছে?
উত্তৰ:- বোকাজান।
(১৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।
(২০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।
(২১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?
উত্তৰ:- অমিত শ্বাহ।
(২২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।
(২৩) অৰ্জুন বঁটা ক’ত দিয়া হয়?*
উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।
(২৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা।
(২৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?
উত্তৰ:- মনালিছা বৰুৱা।
(২৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?
উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।
(২৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন’বেল বঁটা পাইছিল?
উত্তৰ:- ১৯১৩ চনত।
📚1. Rabindranath Tagore : Literature : 1913
📚2. C.V. Raman : Physics :1930
📚3. Har Gobind Khorana : Medicine : 1968
📚4. Mother Teresa : Peace : 1979
📚5. Subrahmanyam Chandrasekhar : Physics : 1983
📚6. Amartya Sen : Economic : 1998
📚7. Venkatraman Ramakrishnan : Chemistry : 2009
📚8. Kailash Satyarthi : Peace : 2014
📚9. Abhijit Banerjee : Economic : 2019
Preposition in Assamese click here
Voice Change in Assamese click here
ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series Class 10 English Chapter…
Assam Forest Forester Grade-I: 100 Most Expected Questions (With Answers) The…
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…