সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ
CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions – click here
প্ৰশ্ন: সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷
উত্তৰ: কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷
সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?
সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷
60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here
প্ৰশ্ন: স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?
স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷
ক) অ + অ = আ জল + অধিপতি= জলাধিপতি নৰ + অধম= নৰাধম সেইদৰে, দেবাসুৰ, শোকানল, দেশান্তৰ , দাবানল, বকাসুৰ
খ) অ + আ = আ হিম + আলয় = হিমালয় যম + আলয়= যমালয় সেইদৰে, ভয়াতুৰ , মেঘালয়, শৈচাগাৰ , নৰকাসুৰ,
গ) আ + আ= আ বিদ্যা + আলয় = বিদ্যালয় মহা +আশয়= মহাশয় সেইদৰে, মহালয়, মহানন্দ, কাৰাগাৰ,ৰমানন্দ
ঘ) আ+ অ= আ মহা+ অৰ্ঘ= মহাৰ্ঘ যথা+ অৰ্থ= যথাৰ্থ সেইদৰে, আশাতীত, কথামৃত , সীমান্ত, আশানুৰূপ,
ঙ) ই+ ই= ঈ মুনি+ ইন্দ্ৰ= মুনীন্দ্ৰ গিৰি+ ইন্দ্ৰ= গিৰীন্দ্ৰ সেইদৰে, ৰবীন্দ্ৰ, অতীত, প্ৰতীতি
চ) ই+ ঈ= ঈ পৰি + ঈক্ষা = পৰীক্ষা, ক্ষিতি+ ঈশ= ক্ষিতীশ সেইদৰে, গিৰীশ, প্ৰতীক্ষা
ছ) ঈ+ ঈ= ঈ মহী+ ঈশ= মহীশ গৌৰী+ ঈশ্বৰ = গৌৰীশ্বৰ সেইদৰে, শচীশ, পৃথিৱীশ্বৰ
জ) ঈ+ ই= ঈ সতী+ ইন্দ্ৰ= সতীন্দ্ৰ বলী+ইন্দ্ৰ= বলীন্দ্ৰ সেইদৰে, সুধীন্দ্ৰ
ঝ) উ+উ = ঊ মৰু + উদ্যান= মৰূদ্যান গুৰু+ উপদেশ= গুৰূপদেশ সেইদৰে, কটুক্তি, সুক্ত
(ক) অ + অ = আ
| জল + অধিপতি | জলাধিপতি |
| শস্য + অধিপতি | শস্যাধিপতি |
| নৰক + অসুৰ | নৰকাসুৰ |
| দেৱ + অসুৰ | দেৱাসুৰ |
| নৰ + অধম | নৰাধম |
| নীল + অচল | নীলাচল |
| হস্ত + অক্ষৰ | হস্তাক্ষৰ |
| দেশ + অন্তৰ | দেশান্তৰ |
| ৰূপ + অন্তৰ | ৰূপান্তৰ |
| দেৱ + অসুৰ | দেবাসুৰ |
| পৰ + অধীন | পৰাধীন |
| লাভ + অলাভ | লাভালাভ |
| কৃষ্ণ + অৰ্জুন = | কৃষ্ণাৰ্জুন |
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ
(খ) অ + আ = আ
| হিম + আলয় | হিমালয় |
| ভোক + আতুৰ | ভোকাতুৰ |
| ভয় + আতুৰ | ভয়াতুৰ |
| বিবেক + আনন্দ | বিবেকানন্দ |
| পৰম + আনন্দ | পৰমানন্দ |
| শুভ + আগমন | শুভাগমন |
| বৰ্ণ + আশ্ৰম | বৰ্ণাশ্ৰম |
| শৃংখল + আবদ্ধ | শৃংখলাবদ্ধ |
| শোক + আকুল | শোকাকুল |
| ছাত্ৰ + আবাস | ছাত্ৰাবাস |
| পূৰ্ণ + আনন্দ | পূৰ্ণানন্দ |
| শিল্প + আলয় | শিল্পালয় |
| ৰত্ন + আকৰ | ৰত্নাকৰ |
| ভাৰ + আক্ৰান্ত | ভাৰাক্ৰান্ত |
| পুনৰ + আবৃতি | পুনৰাবৃত্তি |
| হত + আশা | হতাশা |
| বৃত্ত + আকাৰ | বৃত্তাকাৰ |
(গ) আ + আ = আ
| বিদ্যা + আলয় | বিদ্যালয় |
| উমা + আনন্দ | উমানন্দ |
| মহা + আশয় | মহাশয় |
| মহা + আলয় | মহালয় |
| তৃষ্ণা + আতুৰ | তৃষ্ণাতুৰ |
| বিদ্যা + আৰম্ভ | বিদ্যাৰম্ভ |
| কাৰা + আগাৰ | কাৰাগাৰ |
| সদা + আনন্দ | সদানন্দ |
| মন্ত্ৰণা + আলয় | মন্ত্ৰণালয় |
| গৱেষণা + আগাৰ | গৱেষণাগাৰ |
| শ্ৰদ্ধা + আস্পদ | শ্ৰদ্ধাস্পদ |
| অনা + আৰ্য | অনাৰ্য |
(ঘ) আ + অ = আ
| সীমা + অন্ত | সীমান্ত |
| আশা + অতীত | আশাতীত |
| ধাৰণা + অতীত | ধাৰণাতীত |
| যথা + অৰ্থ | যথাৰ্থ |
| ক্ষমতা + অধীন | ক্ষমতাধীন |
| মহা + অৰ্ঘ | মহাৰ্ঘ |
| বিদ্যা + অৰ্ণৱ | বিদ্যাৰ্ণৱ |
| আশা + অনুৰূপ | আশানুৰূপ |
(ঙ) ই + ই = ঈ
| অতি + ইন্দ্ৰিয় | অতীন্দ্ৰিয় |
| অভি + ইষ্ট | অভীষ্ট |
| প্ৰতি + ইতি | প্ৰতীতি |
| অতি + ইত | অতীত |
| অতি + ইব | অতীব |
| ৰবি + ইন্দ্ৰ | ৰবীন্দ্ৰ |
| গিৰি + ইন্দ্ৰ | গিৰীন্দ্ৰ |
(চ) ই + ঈ = ঈ
| পৰি + ঈক্ষা | পৰিক্ষা |
| ক্ষিতি + ঈশ | ক্ষিতীশ |
| গিৰি + ঈশ | গিৰীশ |
| প্ৰতি + ঈক্ষা | প্ৰতীক্ষা |
(ছ) ঈ + ঈ = ঈ
| সতী + ঈশ | সতীশ |
| মহী + ঈশ | মহীশ |
| পানী + ঈয়া | পনীয়া |
| গৌৰী + ঈশ্বৰ | গৌৰীশ্বৰ |
(জ) ঈ + ই = ঈ
| শচী + ইন্দ্ৰ | শচীন্দ্ৰ |
| মহতী + ইচ্ছা | মহতীচ্ছা |
| বলী + ইন্দ্ৰ | বলীন্দ্ৰ |
| সতী + ইন্দ্ৰ | সতীন্দ্ৰ |
(ঝ) উ + উ = ঊ
| গুৰু + উপদেশ | গুৰূপদেশ |
| মৰু + উদ্যান | মৰূদ্যান |
| কটু + উক্তি | কটূক্তি |
(ঞ) উ+ ঊ = ঊ
| লঘু + ঊমি | লঘূৰ্মি |
| বায়ু + ঊমি | বায়ূৰ্মি |
| 0 | 0 |
| 0 | 0 |
(ট) অ + ই = এ আৰু অ + ঈ = এ
| নৰ + ইন্দ্ৰ | নৰেন্দ্ৰ |
| দেৱ + ইন্দ্ৰ | দেৱেন্দ্ৰ |
| পৰম + ঈশ্বৰ | পৰমেশ্বৰ |
| নৰ + ঈশ | নৰেশ |
| দেৱ + ঈশ্বৰ | দেবেশ্বৰ |
(ঠ) আ + ই = এ আৰু আ + ঈ = এ
| যথা + ইষ্ট | যথেষ্ট |
| মহা + ইন্দ্ৰ | মহেন্দ্ৰ |
| মহা + ঈশ্বৰ | মহেশ্বৰ |
| ৰমা + ঈশ | ৰমেশ |
(ড) অ + উ = ও আৰু অ + ঊ = ও
| সম + উচিত | সময়োচিত |
| বোধ + উদয় | বোধোদয় |
| প্ৰশ্ন + উত্তৰ | প্ৰশ্নোত্তৰ |
| স্নাতক + উত্তৰ | স্নাতকোত্তৰ |
| হিত + উপদেশ | হিতোপদেশ |
| সম + উচিত | সমুচিত |
| শীত + উষ্ণ | শীতোষ্ণ |
| গৃহ + ঊৰ্ধ্ব | গৃহোৰ্ধ্ব |
(ঢ) আ + উ = ও আৰু আ + ঊ = ও
| যথা + উপযুক্ত | যথোপযুক্ত |
| যথা + উচিত | যথোচিত |
| মহা + উদয় | মহোদয় |
| কথা + উপকথন | কথোপকথন |
| গংগা + ঊৰ্মি | গংগোৰ্মি |
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ
(ণ) অ + ঋ = ৰেফ আৰু আ + ঋ = ৰেফ
| দেৱ + ঋষি | দেৱৰ্ষি |
| সপ্ত + ঋষি | সপ্তৰ্ষি |
| মহা + ঋষি | মহৰ্ষি |
| ৰাজা + ঋষি | ৰাজৰ্ষি |
(ত) অ + এ = ঐ আৰু আ + এ = ঐ
| হিত + এষী | হিতৈষী |
| জন + এক | জনৈক |
| তথা + এবচ | তথৈবচ |
| তথা + এব | তথৈব |
(থ) অ + ঐ = ঐ আৰু আ + ঐ = ঐ
| মত + ঐক্য | মতৈক্য |
| ৰাজ + ঐশ্বৰ্য | ৰাজৈশ্বৰ্য |
| মহা + ঐৰাৱত | মহৈৰাৱত |
| মহা + ঐশ্বৰ্য | মহৈশ্বৰ্য |
(দ) অ + ও = ঔ আৰু অ + ঔ = ঔ
| জল + ওঘ | জলৌঘ |
| জল + ওকা | জলৌকা |
| পৰম + ঔষধ | পৰমৌষধ |
| বন + ঔষধি | বনৌষধি |
(ধ) ই + অ = ্য , ই + আ = ্য আৰুঈ + অ = ্য
| অতি + অধিক | অত্যধিক |
| অতি + অন্ত | অত্যন্ত |
| ইতি + আদি | ইত্যাদি |
| অতি + আচাৰ | অত্যাচাৰ |
| নদী+ অম্বু | নদ্যম্বু |
(ন) ই + উ = ্য, আৰু ই + এ = ্য
| প্ৰতি + উত্তৰ | প্ৰত্যুত্তৰ |
| উপৰি + উপৰি | উপৰ্যুপৰি |
| অভি + উদয় | অভ্যুদয় |
| প্ৰতি + এক | প্ৰত্যেক |
(প) এ + অ = অয়, আৰু ঐ + অ = আয়
| নে + অন | নয়ন |
| শে + অন | শয়ন |
| গৈ + অক | গায়ক |
| নৈ + অক | নায়ক |
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ
প্ৰশ্ন: ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?
ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷
ব্যঞ্জন সন্ধিৰ উদাহৰণ –
অনু + ছেদ = অনুচ্ছেদ ৷
দিক্ + অন্ত = দিগন্ত ৷
উৎ + ভিদ = উদ্ভিদ ৷
উৎ + লেখ = উল্লেখ ৷
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar – click here
প্ৰশ্ন: বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷
বিসৰ্গ সন্ধিৰ উদাহৰণ –
নি: + চয় = নিশ্চয় ৷
নি: + ঠুৰ = নিষ্ঠুৰ ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷
উৎ +নতি = উন্নতি
দুঃ + চিন্তা = দুশ্চিন্তা
লাভ + অলাভ = লাভালাভ
গােন্ধ + ঈশ্বৰ = গােন্ধেশ্বৰ
গুণ + অভিৰাম = গুণাভিৰাম
বহিৰ +আগত = বহিৰাগত
ইতি +আদি = ইত্যাদি
সত্য +সত্য = সত্যাসত্য
সম + অন্বয় = সমন্বয়
অৰুণ +আচল = অৰুণাচল
সীমা +অন্ত = সীমান্ত
লােক +অৰণ্য = লােকাৰণ্য
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
নৱ +উদয় = নবােদয়
দেশ +আচাৰ = দেশাচাৰ
সূর্য + উদয় = সূর্যোদয়
যােগ +ঈশ্বৰ = যােগেশ্বৰ
তত্ত্ব +অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ +উদয় = অৰুণােদয়
মহান + আত্মা = মহাত্মা
ভোক + ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
অতি +ইত = অতীত
যজ +ন = যজ্ঞ
এক +অধিক = একাধিক
জীৱন +আনন্দ = জীৱনানন্দ
সংগ্রহ +আলয় = সংগ্রহালয়
দ্বীপ + অন্তৰ = দ্বীপান্তৰ
ফল +অফল = ফলাফল
গােল +আকাৰ = গােলাকাৰ
বিদ্যা +আৰম্ভ = বিদ্যাৰম্ভ
মত +অন্তৰ = মতান্তৰ
শােক + আকুল = শােকাকুল
অন্য +অন্য = অন্যান্য
শিষ্ট + আচাৰ = শিষ্টাচাৰ
অতি +ইন্দ্রিয় = অতীন্দ্রিয়
অভি + ইষ্ট = অভীষ্ট
গিৰি + ঈশ = গিৰীশ
সপ্ত + ঋষি = সপ্তর্ষি
ক্ষুধা + আর্ত = ক্ষুধার্ত
জন +এক = – জনৈক
প্রতি +এক = প্রত্যেক
অনু +এষণ = অন্বেষণ
শে + অন = শয়ন
নৈ + অক = নায়ক।
গাে +অক্ষ = গােবাক্ষ
সম্ +হাৰ = সংহাৰ
সম্ +চয় = সঞ্চয়
যাচ্ +না = যাজ্ঞা
সম + ট = সম্রাট
নিঃ +ৰৱ = নীৰৱ
নিঃ + আভৰণ = নিৰাভৰণ।
বৃহৎ+পতি = বৃহস্পতি
ভো +অন = ভৱন
ন +মার্জিত = অমার্জিত
ভৌ +উক =ভাবুক
দুঃ + ঘােৰ = দুৰ্ঘোৰ
স্ব +ইৰিণী = স্বাৰিণী
ৰূপ + অন্তৰ = ৰূপান্তৰ
প্রতি +ইতি = প্রতীতি
পৰি + ঈক্ষা = পৰীক্ষা
মৰু +উদ্যান = মৰুদ্যান।
হিম +আর্ত = হিমার্ত
শীত +আর্ত = শীতার্ত
মত +ঐক্য = মতৈক্য
সু +আগত = স্বাগত
নে +অন = নয়ন
গৈ +অক = গায়ক
পাে +ই = পবিত্র
সম্ +কাৰ = সংস্কাৰ
সম্ + লগ্ন = সংলগ্ন
সৎ+জন = সজ্জন
উৎ +জ্বল = উজ্জ্বল
মনঃ +থ = মনস্থ।
মানুহ +এ = মানুহে
মাহ +এক = মাহেক
নভ +মণ্ডল = নভােমণ্ডল
শােক +আতুৰ = শােকাতুৰ
সৎ +ইচ্ছা = সদিচ্ছা
দিব্য + লােক = দিব্যলােক
পুৰঃ +হিত = পুৰােহিত
CLASS 10 : ASSAMESE GRAMMAR : সন্ধি ভাঙা : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS Solutions – click here
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…