অসমীয়া ৰচনা

পুথিভঁৰাল ৰচনা || Assamese Essay || 300 words

আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল । পুথিভঁৰালত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয় ।পুথিভঁৰালৰ জৰিয়তে এজন ‍ ব্যাক্তিয়ে বিভিন্ন গ্ৰন্থ অধ্যয়নৰ দ্বাৰা নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে অধ্যয়ন কৰিব বিচৰা লোকে পুথিভঁৰালত গৈ গ্ৰন্থ অধ্যয়ন কৰিব পাৰে । আনকি ব্যস্ত লোকেও আজৰি পৰত পুথিভঁৰালত অধ্যয়ন কৰিব পাৰে ।।পুথিভঁৰাল ৰচনা || Assamese Essay || 300 words

Most important ASSAM HISTORY previous Years Questions with Answers – click here

উদ্দেশ্য || Objective : পুথিভঁৰাল স্থাপনত মহৎ উদেশ্য নিহিত আছে । একেটা পুথিভঁৰালত বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয় । ইয়াৰ দ্বাৰা একোজন ব্যক্তিয়ে একেঠাইতে বিজ্ঞান, কলা, আদি বিষয়ৰ গ্ৰন্থ সমূহ পৰাৰ সুযোগ পায় । যিবোৰ লোকে অসুবিধাৰ বাবে শিক্ষা জীৱন আধৰুৱাকৈ সমাপ্ত কৰিব লগীয়া হয়, তেনেবোৰ লোক তেওঁলোকৰ অদম্য জ্ঞান , লিপসা পূৰণৰ বাবে পুথি ভৰালৈ যাব পাৰে । বিশেষকৈ গ্ৰাম্য অঞ্চলত পুথিভঁৰাল সমূহে জনসাধাৰণক শিক্ষিত কৰি গঢ়ি তোলাৰ দিশত কাৰ্যকৰী পদক্ষেপ লব পাৰে । যাৰ ফলত জ্ঞানৰ স্পৃহা থকা লোক সকলে উপকৃত হব পাৰে ।

পুথিভঁৰাল ৰচনা || Assamese Essay || 300 words



                          পুথিভঁৰাল সমূহ শিক্ষানুষ্ঠানৰ অবিচ্ছেদ্য অংগ, সেয়েহে প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ লগতে একোটাকৈ পুথিভঁৰাল স্থাপন কৰা হয় । কিন্তু দুখৰ বিষয় যে পুথিভঁৰাল সমূহ উদেশ্য সাধনত সফল হৈ উঠিব পৰা নাই । বৰ্তমান প্ৰায়বিধ শিক্ষানুষ্ঠানত পুথিভঁৰাল সমূহ অনাদৃত অনুষ্ঠানলৈ পৰ্যবসিত হৈছে । পুথিভঁৰাল বোৰ যথেষ্ট উপকাৰিতা আছে । বিশেষকৈ শিক্ষা আৰু জ্ঞান বিস্তাৰত ইয়াৰ বৰঙনি অতুলনীয় । সকলো মানুহে স্কুল কলেজত পঢ়ি জ্ঞান আহৰণ কৰাৰ সুযোগ নাপায় ।

                            আকৌ স্কুল কলেজত পঢ়ি জ্ঞান পোৱা লোকৰ চৰ্চাৰ অভাৱত বিদ্যা ক্ৰমে হ্ৰাস পায় । ৰাজহুৱা পুথভঁৰালটোৰ সুযোগ গ্ৰহণ কৰি শিক্ষিত সকলে জ্ঞান চৰ্চা অব্যাহত ৰাখিব পাৰে স্কুল কলেজ আৰু বিশ্ব-বিদ্যালয়ত থকা পুথিভঁৰাল সমূহ ছাত্ৰ ছাত্ৰী সকলৰ বৰ উপকাৰ কৰে ।

List of national Parks in AssamClick here

সামৰণি || Conclusion : পুথিভঁৰাল জ্ঞানৰ মন্দিৰ । পুথিভঁৰালৰ পৰা কিতাপ আনি কিতাপখন নষ্ট নকৰাকৈ পঢ়ি নিৰ্দিষ্ট সময়ত ঘূৰাই দিব লাগে। এখন কিতাপ হেজাৰ লোকতকৈ মূল্যবান । সেয়ে আমি কিতাপৰ মূল্য বুজিব লাগে ৰাজহুৱা পুথিভঁৰাল স্থাপনৰ ক্ষেত্ৰতো জনসাধাৰণৰ সহাঁৰি অধিক প্ৰয়োজন । সেয়ে জনসাধাৰণৰ এই ধৰণৰ শিক্ষা মূলক আচঁনি সমূহত সহযোগ কৰিব লাগে ।।পুথিভঁৰাল ৰচনা || Assamese Essay || 300 words

 

Join us in WhatsApp Group click here

Details of National Parks in Assam
Souvik

Recent Posts

Assam SEBA HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF

Assam HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam GENERAL MATHEMATICS Question…

6 days ago

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam COMPUTER SCIENCE…

7 days ago

Assam HSLC Exam ENGLISH Question Paper 2025 PDF

Assam HSLC Exam ENGLISH Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam ENGLISH Question Paper 2025…

7 days ago

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam Assamese Question Paper 2025…

1 week ago

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese   ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…

1 month ago

Assam HSLC Exam Mathematics Question Paper 2024 PDF

Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…

1 month ago