অসমীয়া ৰচনা

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah; পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি।[1][2]

Financial Education in Assameseclick here


১)
পদ্মনাথ গোহাঞিবৰুৱা কোন আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা একেধাৰে এজন কবি, জীৱনীকাৰ, হাস্যকাৰ, প্ৰৱন্ধকাৰ আছিল।

২)
পদ্মনাথ গোহাঞিবৰুৱা জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ ১৮৭১ চনৰ ২৯ মাহত জন্ম হৈছিল।

৩)
পদ্মনাথ গোহাঞিবৰুৱা জন্ম ক’ত হৈছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱাৰ উত্তৰ লখিমপুৰৰ নকাৰী গাওঁত হৈছিল ।

৪)
পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম ঘিণাৰাম গোহাৰি বৰুৱা আছিল ।

৫)
পদ্মনাথ গোহাঞিবৰুৱাৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা মাতৃৰ নাম লম্ভী দেৱী আছিল।

৬)
পদ্মনাথ গোহাঞিবৰুৱা কোন বংশৰ লোক আছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা এজন থাউমুং ক্লিংলুনমন বুঢ়াগোহাইৰ বংশৰ লোক আছিল ।

৭)
পদ্মনাথ গোহাঞিবৰুৱাই স্কুলীয়া শিক্ষা কোন বিদ্যালয়ত গ্ৰহন কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা ই স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত গ্ৰহন কৰিছিল।

৮)
পদ্মনাথ গোহাঞিবৰুৱাই কিমান চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল।

৯)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯০ চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল।

১০)
প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কোন কলেজত নামভৰ্ত্তি কৰিছিল ?

উত্তৰঃ- প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাৰ ৰিপন কলেজত নামভক্তি কৰিছিল ।

পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah

১১)
অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কোন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ?

উত্তৰঃ-অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ।
১২)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ।

১৩)
পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱা দ্বিতীয় পত্নীগৰাকীৰ নাম হীৰাৱতী আছিল।

১৪)
পদ্মনাথ গোহাঞি বৰুৱাৰ কেইগৰাকী জীয়ৰী আৰু কেইজন ল’ৰা সন্তান আছিল লিখাঁ ?
উত্তৰ:পদ্মনাথ গোহাঞি বৰুৱাৰ সাতজনী জীয়ৰী আৰু এজন ল’ৰা সন্তান আছি্ল।

১৫)
পদ্মনাথ গোহাঞি বৰুৱাই কোন ঠাইত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ক’হিমাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল।

১৬)
পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত কি কি স্থাপন কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত নামঘৰ, বাণ মঞ্চ স্থাপন কৰিছিল।

১৭)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

১৮)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮০ চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ।

১৯)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

২০)
পদ্মনাথ গোহাঞি বৰুৱাই লগৰ সৈতে কি প্ৰকাশ কৰিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই লগৰ সৈতে বিজুলী প্ৰকাশ কৰিছিল ।

২১)
পদ্মনাথ গোহাঞি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম উষা আছিল ।

২২)
উষা আলোচনীখন কোন চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- উষা আলোচনীখন ১৯০৭ চনত প্ৰকাশ পাইছিল।

২৩)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন কবিতা গ্ৰন্থৰ নাম লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা কেইখনমান কবিতা গ্ৰন্থৰ নাম হ’ল- জুৰণি আৰু ফুলৰ চানেকি ।

২৪)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম হ’ল-ভানুমতী, লাহৰি ।

২৫)
পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম মোৰ সোঁৱৰণী ।

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণclick here



২৬)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

২৭)
পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল।

২৮)
পদ্মনাথ গোহাঞি বৰুৱাক কি বুুলি গণ্য কৰা হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা “পিতামহা”বুলি গণ্য কৰা হৈছিল ।

২৯)
পদ্মনাথ গোহাঞি বৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম কি লিখাঁ ?

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম হ’ল – লক্ষ্মীনাথ বেজবৰুৱা।

৩০)
পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ অসমীয়া ভাষাত পাঠ্যপুথি লিখিছিল ?

উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই পানীন্দ্ৰনাথ গোঁহাইৰ সৈতে লগ হৈ অসমীয়া পাঠ্যপুথি লিখিছিল ।


৩১)
পদ্মনাথ গোহাঞি বৰুৱাৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে মৃত্যু হৈছিল।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah
Souvik

Recent Posts

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 week ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

2 weeks ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

2 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

2 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

2 months ago

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…

4 months ago