কাক কি বুলি জনা যায় জানোঁ আহঁক || Assamese GK
60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here
| জগতগুৰু : | শ্ৰীমন্ত শংকৰদেৱ |
| কলাগুৰু | বিষ্ণুপ্রসাদ ৰাভা |
| ৰূপকোঁৱৰ | জ্যোতিপ্ৰসাদ আগৰৱালা |
| গীতিকবি | পার্ৱতিপ্রসাদ বৰুৱা |
| নটসূর্য | ফণী শর্মা |
| কর্মবীৰ | নবীন চন্দ্র বৰদলৈ |
| দেশভক্ত | তৰুণৰাম ফুকন |
| দেশপ্রাণ | লক্ষ্মীধৰ শর্মা |
| লোকপ্ৰিয় | গোপীনাথ বৰদলৈ |
| দেশ হিতৈষী | বিমলা প্ৰসাদ চলিহা |
| পণ্ডিতপ্ৰবৰ | কৃষ্ণকান্ত সন্দিকৈ |
| অগ্নিকবি | কমলাকান্ত ভট্রাচার্য |
| অতিন্দ্রীয়বাদী কবি : | নলিনীবালা দেৱী |
| উপন্যাস সম্রাট : | ৰজনীকান্ত বৰদলৈ |
| সাহিত্যৰথী : | লক্ষ্মীনাথ বেজবৰুৱা |
| ৰসৰাজ : | লক্ষ্মীনাথ বেজবৰুৱা |
| বকুলবনৰ কবি : | আনন্দ চন্দ্র বৰুৱা |
| জ্ঞানমালিনীৰ কবি : | মফিজুদ্দিন আহমদ হাজৰিকা |
| ধ্বনি কবি : | বিনন্দ চন্দ্র বৰুৱা |
| পাপৰিৰ কবি: | গণেশ চন্দ্র গগৈ |
| বিদ্রোহী কবি : | প্রসন্নলাল চৌধুৰী |
| বিহগী কবি : | ৰঘুনাথ চৌধাৰী |
| পথাৰৰ কবি : | ৰাম গগৈ |
| বনফুলৰ কবি : | যতীন্দ্রনাথ দুৱৰা |
| শেৱালি কবি : | ৰত্নকান্ত বৰকাকতি |
| খৰিকাজাঁইৰ কবি : | ভবানন্দ ৰাজখোৱা |
| সুগন্ধি পখিলাৰ কবি : | হীৰেন ভট্টাচাৰ্য |
| ফুলনিৰ কবি : | পদ্মধৰ চলিহা |
| নিজৰাৰ কবি : | শৈলধৰ ৰাজখোৱা |
| বাগ্মীবৰ : | নীলমণি ফুকন |
| প্রতিমাৰ খনিকৰ : | চন্দ্রকুমাৰ আগৰৱালা |
| বনকোঁৱৰ : | আনন্দৰাম দাস |
| ভাঙনিকোঁৱৰ : | আনন্দচন্দ্ৰ আগৰৱালা |
| লোকনায়ক : | অমিয় কুমাৰ দাস |
| সুধাকণ্ঠ : | ড° ভূপেন হাজৰিকা |
| ত্যাগবীৰ : | হেমচন্দ্র বৰুৱা |
| অসম কেশৰী : | অম্বিকাগিৰি ৰায়চৌধুৰী |
| কবিতা কোঁৱৰ : | অম্বেশ্বৰ চেতিয়া ফুকন |
| জননায়ক : | দেৱেশ্বৰ শর্মা |
| ভাষাতত্ত্ববিদ : | বাণীকান্ত কাকতি |
| লুইত কোঁৱৰ : | ৰুদ্ৰ বৰুৱা |
| এণ্ডি খুৰা : | ডাঃ নগেন দত্ত |
| মৌচাক মামা : | শান্তনু তামূলী |
| সিংহপুৰুষ : | ৰাধাগোবিন্দ বৰুৱা |
| সেউজ কোঁৱৰ : | পৰাগধৰ চলিহা |
| দানবীৰ : | ৰাধানাথ সন্দিকৈ |
| বীৰবালা : | কনকলতা |
| অভিনয়াচার্য : | ব্রজনাথ শর্মা |
| অসম গৌৰৱ : | হেম বৰুৱা |
| শোণিত কোঁৱৰ : | গজেন বৰুৱা |
| সৰস্বতী : | নিৰ্মলপ্ৰভা বৰদলৈ |
| ৰংমন : | ৰবিন দে |
| হস্তী-কন্য : | প্ৰতিমা পাণ্ডে বৰুৱা |
| নৃত্যাচাৰ্য : | যতীন গোস্বামী |
| কথা শিল্পী : | চৈয়দ আব্দুল মালিক |
| কলংপৰীয়া কবি : | দেৱকান্ত বৰুৱা |
| নাট্য প্রভাকৰ : | সত্যপ্রসাদ বৰুৱা |
Assam GK Test Series For Assam Police Part- 9 – click here
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |
ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series Class 10 English Chapter…
Assam Forest Forester Grade-I: 100 Most Expected Questions (With Answers) The…
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…