অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions

অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions ১.অসমৰ আদিম বুৰঞ্জী অধ্যয়নৰ বাবে তলত উল্লেখ কৰা এখন গ্ৰন্থ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস। কিতাপখন কোনখন? (APSC Prelims ২০০১) ক) মহাভাৰতখ) হৰ্ষচৰিতগ) কালিকা পুৰাণঘ) অৰ্থশাস্ত্ৰউত্তৰ : গ কালিকা পুৰাণ(কালিকা পুৰাণ প্ৰাচীন অসম ইতিহাসৰ এক প্ৰধান উৎস। দশম শতিকাৰ সময়ছোৱাত অসমত ৰচনা কৰা হৈছিল।) ২) অসমৰ … Continue reading অসমৰ ইতিহাস।। ASSAM HISTORY APSC Prelims Previous Years Questions